Home মহানগৰ বাৰ্তা উত্তৰ-পূৰ্বাঞ্চল জনজাতীয় যুব নেতৃত্ব কৰ্মশালা

উত্তৰ-পূৰ্বাঞ্চল জনজাতীয় যুব নেতৃত্ব কৰ্মশালা

1
0

অহা  ১ ফেব্ৰুৱাৰী ২০১৮ ইং তাৰিখ বৃহস্পতিবাৰে দিনৰ ৩ বজাত গুৱাহাটীৰ গড়চুকস্থিত স্কলাৰ্চ অকাডেমী অব টেকনোলোজী এণ্ড মেনেজমেণ্টত  বৌদ্ধিক আদৰ্শৰে অনুপ্ৰানিত অসমৰ অগ্ৰনী সমাজসেৱী সংগঠন হেৰিটেজ ফাউণ্ডেশ্যনৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় যুবকসকলৰ মাজত চাৰিদিনীয়াকৈ আয়োজন কৰা  কৰ্মশালাৰ শুভাৰম্ভ কৰিব অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোনোৱালদেবে । উক্ত কাৰ্যক্ৰমত উপস্থিত থাকিব কল্যান আশ্ৰমৰ  সৰ্বভাৰতীয় সাংগঠনিক সম্পাদক মাননীয় অতুল যোগ । উক্ত অনুস্থানত আপোনালৈ পৰম শ্ৰদ্ধাৰে নিমন্ত্ৰনৰ শৰাই আগৱঢ়ালো। অনুগ্ৰহ কৰি উক্ত অনুস্থানত উপস্থিত থাকি আমাক কৃতাৰ্থ কৰিব আৰু উক্ত অনুস্থানৰ বাতৰি প্ৰচাৰ কৰিবলৈ আপোনাৰ প্ৰতিস্থানৰ পৰা সাংবাদিক আৰু ফটো সাংবাদিক পঠাবলৈ অনুৰোধ কৰিলো ।

@হেৰিটেজ ফাউণ্ডেশ্যন

LEAVE A REPLY

Please enter your comment!
Please enter your name here