Home ৰাজ্য চামতাত কৃতি শিক্ষক-সমাজকৰ্মী অপূৰ্ব কুমাৰ বৰ্মনৰ মাহিলি তিথি পালন

চামতাত কৃতি শিক্ষক-সমাজকৰ্মী অপূৰ্ব কুমাৰ বৰ্মনৰ মাহিলি তিথি পালন

1
0

নলবাৰী,১৫ ছেপ্তেম্বৰঃ নলবাৰী জিলাৰ চামতা চুবুৰীত ১৯৪০ চনত জন্ম গ্ৰহন কৰি শিক্ষকতা বৃওিক জীৱনৰ ব্ৰত হিচাপে লৈ নিজৰ পৰিয়ালৰ লগতে বিদ্যালয় অাৰু সমাজ পৰিচালনা কৰা এজন সু সমাজকৰ্মী,কৃতি শিক্ষক হিচাপে ক্ষ্যাতি লাভ কৰা অপূৰ্ব কুমাৰ বৰ্মনৰ যোৱা ১৬ অাগষ্টত মৃত্যু হয় ।

সেয়হে অাজি নিজ বাস গৃহ চামতাত নিজ পৰিয়াল অাৰু গুন মুগ্দ্ধ সকলৰ উপস্হিতিত তেখেতৰ মৃত্যুৰ এমহীয়া তিথি পালন কৰা হয় লগতে প্ৰয়াত অপূৰ্ব কুমাৰ বৰ্মনক পুনৰ এৱাৰ সকলোবে স্মৰন কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here