নগাঁৱত  মহিলা আত্মসহায়ক গোটক ই ৰিক্সা বিতৰণ

Spread the love

Sharing is caring!

নগাঁৱত  মহিলা আত্মসহায়ক গোটক ই ৰিক্সা বিতৰণ

নগাঁও,৬জানুৱাৰী:
মহিলা সকলক স্বাবলম্বী আৰু অৰ্থনৈতিক ভাবে সবল কৰাৰ প্ৰচেষ্টাৰে অসম ৰাজ্যিক  গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত  কালি
নগাৱত ৬ টা মহিলা আত্মসহায়ক গোটক বিতৰণ কৰা হয় ই ৰিক্সা।কালি  নগাঁও চহৰৰ কাষৰীয়া শেনছোৱা স্হিত  খাগৰিজান উন্নয়ন খন্ডত  অনুষ্ঠিত  এখন সভাত ই ৰিক্সা বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও জিলা উপায়ুক্ত চমচেৰ সিঙে।উক্ত অনুষ্ঠানত জিলা প্ৰকল্প পৰিচালক চন্দন তালুকদাৰ ,খাগৰিজান উন্নয়ন খন্ডৰ খন্ড  উন্নয়ন বিষয়া প্ৰমুখ্যে উন্নয়ন খন্ডৰ বিষয় ববীয়া সকল উপস্থিত থাকে।

Related posts

Leave a Comment