Home মুখ্য পৃষ্ঠা শ্ৰদ্ধাঞ্জলি

শ্ৰদ্ধাঞ্জলি

108
0

                           :শ্ৰদ্ধাঞ্জলি:

 


স্বৰ্গীয় তৰুণ চন্দ্ৰ শৰ্মা
জন্ম ১\১\১৯২৯ চনত
মৃত্যু ২৭\৩\২০১৭ চনত
জন্মীলে মৃত্যু অনিবাৰ্য
এই চিৰ সত্যক স্বীকাৰ কৰিও শোকত বাট হেৰুৱাও আপোনাৰ চিৰ বিদায় বেলাত
বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী তথা বেদেতীৰ নিবাসী মোৰ\ স্বামী \দেউতা \ককা তৰুণ চন্দ্ৰ শৰ্মাই আমাক শোক সাগৰত এৰি বৈকুণ্ঠ গামী হয় ।আমাৰ বাবে তেখেত এক বটবৃক্ষৰ স্বৰূপ ,প্ৰবিত্ৰ অন্তৰ বিশাল হৃদয়ৰ স্বামী দেউতা ককা আদ্য শ্ৰাদ্ধৰ দিনটোত তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক ঈশ্বৰৰ ওপৰত আমাৰ কাটৰ প্ৰাৰ্থনা জনাইছো ।

শোক সন্তপ্ত পৰিল বৰ্গৰ হৈ

কুসুম বালা দেবী(পত্নী )
দুল
ৰাতুল
মৃদুল
ৰঞ্জিত
চিন্দুল শৰ্মা( পুত্ৰ )

LEAVE A REPLY

Please enter your comment!
Please enter your name here