Home ৰাজ্য হাটশিঙিমাৰীত কৃষকক বিজ বিতৰণ জিলা প্ৰশাসনৰ

হাটশিঙিমাৰীত কৃষকক বিজ বিতৰণ জিলা প্ৰশাসনৰ

1
0
দৈনন্দিন বাৰ্তাLIVE@ হাটশিঙিমাৰী
দঃশালমাৰা মানকাচৰ জিলা কৃষি বিষয়াৰ কাৰ্য্যালয় হাটশিঙিমাৰীত আজি দিনৰ ১ বজাত খেতিয়ক সকলোৰ মাজত আনুষ্ঠানিক ভাৱে মাটি মাহৰ বিজ বিতৰণ কৰে জিলা উপায়ুক্ত আতিকা চুলতানাই। জিলা কৃষি বিভাগৰ সৌজন্যত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধিনত মাটিমাহ বিতৰণী অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত আতিকা চুলতানা , দঃশালমাৰাৰ চক্ৰ বিষয়া এ কে ইলিয়াছুৰ আহমেদ , ভাৰপ্ৰাপ্ত কৃষি বিষয়া ডঃমোজাম্মেল হক, কৃষি বিভাগৰ কৰ্মৰত বিষয়া কৰ্মচাৰী আৰু শতাধিক কৃষক ৰাইজৰ উপস্থিতিত মাটিমাহ বিজ বিতৰণ কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here