গোলাঘাটত কুণ্ঠ ৰোগৰ সজাগতা সভা

Spread the love

Sharing is caring!

গোলাঘাটত কুণ্ঠ ৰোগৰ সজাগতা সভা

দৈনন্দিন বাৰ্তা Live@ দেৰগাঁও:১২ ফেব্ৰুৱাৰী
সোমবাৰে সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো টাউন  হিন্দী হাইস্কুলৰ প্রাঙ্গনত  গোলাঘাট  জিলা কুষ্ঠ ৰোগ নিবাৰণ সমিতিৰ উদ্যোগত এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয় যায় ।পুৱা হিন্দী বিদ্যালয়ৰ পৰা বাহিৰ কৰা হয় এক ৰেলি।৩০জানুৱাৰীৰ পৰা ১৩ফেব্ৰুৱাৰী লৈকে চলি থকা কুষ্ঠৰোগ সজাগতা শিবিৰৰ লগত সংগতি ৰাখি আজি এই অনুষ্ঠান আয়োজন কৰা হয়। এই ৰেলিৰ পৰা বিশেষ ভাবে উপকৃত হব বুলি কয় উদ্যোক্তা সকলে।লগতে এই বুলি মন্তব্য কৰে যে এই কুষ্ঠৰোগৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়োৱা হব গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত।

Related posts

Leave a Comment