বাঘমাৰীত সুলভ মূল্যৰ দোকানীৰ মইমতিল বাতৰি প্ৰতিক্ৰিয়া জাতীয়তাবাদী যুৱ পৰিষদৰ

Spread the love

Sharing is caring!

বাঘমাৰীত সুলভ মূল্যৰ দোকানীৰ মইমতিল বাতৰি প্ৰতিক্ৰিয়া জাতীয়তাবাদী যুৱ পৰিষদৰ

দৈনন্দিন বাৰ্তা live@বিহালী 8 ফেব্ৰুৱাৰী
সুলভ মূল্যৰ দোকানী বিৰুদ্ধে দুৰ্নীতি অনিয়ম নতুন কথা নহয় যদিও একাংশ সুলভ মূল্যৰ দোকানীয়ে অব্যাহত ৰাখিছে দুৰ্নীতি অনিয়ম । শেহতীয়া কৈ বিহালী সমষ্টিৰ বাঘমৰা সমবায় সমিতি দুই সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰীক সামগ্ৰী যোগান নধৰা যোগান বন্ধ কৰি দিয়া তথ্য, সহকাৰে বাতৰি ত প্ৰকাশ পোৱা পিছতে বিহালীৰ বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিছে দুই সুলভ মূল্যৰ দোকানী বিৰুদ্ধে । অসম জাতীয়তাবাদী যুৱ পৰিষদ বিহালী আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক কে কাকত লৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ্ কৰে যি সলক দৰিদ্ৰ সীমা ৰেখা তলত বসবাস কৰা পৰিয়ালৰ নামত অহা চাউল কেৰাচিন বিতৰণ নকৰি আত্মাত কৰা পৰিকল্পনাঃ কৰিছে তেনে নকৰিবলৈ সকীয়নি দিয়ে সংগঠন টোয়ে সুলভ মূল্যৰ দোকানী কেইজনক । আনহাতে এই সলক দুৰ্নীতি সুলভ মূল্যৰ দোকানী বিৰুদ্ধে শীঘ্ৰে ব্যস্ততাৰ লবলৈ দাবী জনাই জিলা প্ৰশাসনক ।

Related posts

Leave a Comment