দৈনন্দিন বাৰ্তাৰ সাংবাদিকে স্বাহ্যৰ বুজ ললে কৃষক নেতা অখিল গগৈৰ

গোলাঘাট কুশল কোঁৱৰ আসামৰিক চিকিৎসালয়ত উপস্থিত হৈ, হৈ,দৈনন্দিন বাৰ্তাৰ সাংবাদিকে স্বাহ্যৰ বুজ ললে কৃষক নেতা অখিল গগৈৰ। দৈনন্দিন বাৰ্তা Live@ দেৰগাওঁ ৩১ ডিচেম্বৰ : সুদীৰ্ঘ ১০৫ দিন কাৰাবন্দী হয় থকাৰ পাছত,কাৰাঘাৰৰ পৰা ওলাই অহা ৪৮ ঘন্টা নহওঁতেই কালি হাঠাৎ অসুস্থ হয় পৰে কৃষক নেতা অখিল গগৈ, আজি কৃষক নেতা গৰাকীক দৈনন্দিন বাৰ্তাৰ দেৰগাওঁৰ সংবাদ দাতা আহমেদ হুছেইনে গোলাঘাট কুশল কোঁৱৰ আসামৰিক চিকিৎসালয়ত উপস্থিত হয় দৈনন্দিন বাৰ্তা কাকতৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁ আশু আৰোগ্য কামনা কৰে, কৃষক নেতাগৰাকীয়ে জনোৱা মতে, তেওঁ কাজিৰঙাত এখন সভাত অংশলৈ, গোলাঘাটত নিশাটো কটোৱাৰ সিদ্ধান্ত লৈছিল ,কিন্ত…

Read More

গোলাঘাট জিলা বডি বিল্ডিং এচছিয়েচনৰ উদ্যোগত দেৰগাওঁত বিল্ডিং প্ৰতিযোগিতা আয়োজন 

গোলাঘাট জিলা বডি বিল্ডিং এচছিয়েচনৰ উদ্যোগত দেৰগাওঁত বিল্ডিং প্ৰতিযোগিতা আয়োজন  দৈনন্দিন বাৰ্তা live@ দেৰগাওঁ ৩১ ডিচেম্বৰ : অল আসাম বডি বিল্ডিং এচছিয়েচন আৰু গোলাঘাট জিলা বডি বিল্ডিং এচছিয়েচনৰ উদ্যোগত, ফিটনেচ জন মাল্টিজিম আৰু দেৰগাওঁবাসী ৰাইজৰ সহযোগত ২৯ সংখ্যক মি:আসাম আৰু মি: গোলাঘাট বডি বিল্ডিং প্ৰতিযোগিতা খন অহা জানুৱাৰীৰ ৫ ,৬ তাৰিখে দেৰগাওঁৰ নৰেণ শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত হব, ৫ জানুৱাৰী পূৱা ৮.৩০ বজাত পাতাকা উওোলনৰে আৰম্ভ হব লগা প্ৰতিযোগিতাৰ আৰম্ভণিতে বিভিন্ন কাৰ্যসূচী ৰুপায়ন কৰিব দেৰগাওঁ ৰাজহ চক্ৰৰ, চক্ৰ বিষয়া হোমেন গোহাঁই বৰুৱা, পৌৰপতি, অৰুণাভ কলিতা , উদ্ধোধনী অনুষ্ঠানত কেইবাজনো বিশিষ্ট…

Read More

অসম সাহিত্য সভালৈ এইয়া অশনি শংকেত…

অসম সাহিত্য সভালৈ এইয়া অশনি শংকেত…                                                                                          জিতুল বৰা  অসম সাহিত্য সভাৰ শেহতীয়া নিৰ্বাচনৰ ফলাফলে ভাবিবলৈ বাধ্য কৰিছে যে অসম সাহিত্য সভা অতীত হোৱাৰ সময় সমাগত! তেতিয়া কিন্তু অসমবাসী ৰাইজে নিদিষ্ট চক্ৰটোক ক্ষমা নকৰিব। অসমৰ অন্যতম জাতীয় অনুষ্ঠান হিচাপে অসম সাহিত্য সভাৰ ওপৰত মাত মতাৰ অধিকাৰ নিশ্চয় সকলোৰে…

Read More

ওৰাং আৰক্ষী থানাত যান বাহন আইন উলংঘাৰ ১৪২টা গোচৰ ৰুজু, লক্ষাধিক ৰাজহ সংগ্ৰহ

ওৰাং আৰক্ষী থানাত যান বাহন আইন উলংঘাৰ ১৪২টা  গোচৰ ৰুজু, লক্ষাধিক ৰাজহ সংগ্ৰহ  দৈনন্দিন বাৰ্তাlive, ওদালগুৰি, ৩১ ডিচেম্বৰ : প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শোকাবহ পথ দুৰ্ঘটনাত বিভিন্ন লোকে প্ৰাণ হেৰুৱাব লগা হৈ আহিছে । ইয়াৰ অধিকাংশ দুৰ্ঘটনাই যানবাহন আইন উলংঘাৰ ফলত সংঘটিত হোৱা দেখা যায়। প্ৰশাসন তথা চৰকাৰে যানবাহন আইনৰ ব্যাপক সংশোধন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও যানবাহন আইন উলংঘাৰ হাৰ হ্ৰাস হোৱা নাই । বৰং দিনক দিনে তীব্ৰ গতিত বৃদ্ধি হবলৈ ধৰিছে ৷ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাত ২০১৭ চনত বৰ্তমানলৈ ১৪২টা গোচৰ ৰুজু হৈছে অঞ্চলটোত সংঘটিত হোৱা…

Read More

এবিভিপিৰ শাখা সমিতি গঠন

          এবিভিপিৰ শাখা সমিতি গঠন ৰোহিণী বৰুৱা, গৌৰীসাগৰ, ২৯ ডিচেম্বৰ : শিৱসাগৰ জিলাৰ গৌৰীসাগৰ মণ্ডলৰ অন্তৰ্গত এবিভিপিৰ দিখৌমূখ শাখা সমিতি খন আজি গঠন কৰে | ৰাতুল দত্তৰ সভাপতিত্বত দিখৌমুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি অনুস্থিত প্ৰতিনিধি সভাত সৰ্বসন্মতি ক্ৰমে ৰাতুল দত্তক সভাপতি, লাচিত কলিতাক উপ – সভাপতি, অনন্ত বড়াক সাধাৰণ সম্পাদক, শুভ্ৰহীৰা বড়া আৰু প্ৰাণ প্ৰতীম শইকীয়াক সহকাৰী সম্পাদক হিচাপে লৈ ৩৫ জনীয়া এখন শক্তিশালী শাখা  সমিতি গঠন কৰে বুলি অনন্ত বড়াই সংবাদমাধ্যমক জানিবলৈ দিয়ে | ৰোহিণী বৰুৱা 8403054766

Read More

গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক বিনামূলীয়া পাঠদান

গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীক বিনামূলীয়া পাঠদান ফিল’বাৰী: ২০১৭-১৮ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু) ফিল’বাৰী আঞ্চলিক সমিতিয়ে যোৱা ১৫ ডিচেম্বৰৰ পৰা এক বিনামূলীয়া পাঠদান কাৰ্যসূচী হাতত লৈছে । ফিল’বাৰীৰ নতুন আমগুৰি প্ৰাথমিক বিদ্যালয়ত এই কাৰ্যসূচী চলি থকাৰ কথা জনাইছে আগছু ফিল’বাৰী আঞ্চলিক সমিতিৰ সম্পাদক ৰমণ শৰ্মাই । সংগঠনটোৱে বিগত কেইবাবছৰৰ পৰা এই কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে । অভিগ্য শিক্ষকসকলক লৈ ইংৰাজী, গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান কৰি থকা হৈছে । অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰায় ৬০…

Read More

নৱম আন্তৰাষ্ট্ৰীয় টাং-চু-ডো চেম্পিয়নশ্বিপত জিলিকিল শিৱসাগৰৰ দীক্ষিতা দত্ত:

নৱম আন্তৰাষ্ট্ৰীয় টাং-চু-ডো চেম্পিয়নশ্বিপত জিলিকিল শিৱসাগৰৰ দীক্ষিতা দত্ত: দৈনন্দিন বাৰ্তাLive@(মুকুল গগৈ ) শিৱসাগৰ 29 ডিচেম্বৰ:     আন্তৰাষ্ট্ৰীয় টাং- চু-ডো চেম্পিয়নশ্বিপত জিলিকিল শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ পিচপৰা অঞ্চল শান্তিপুৰৰ দীক্ষিতা দত্ত। যোৱা 21 ডিচেম্বৰত দিল্লীৰ টাৰাকোটা ষ্টেডিয়ামত অনুষ্ঠিত নৱম আন্তৰাষ্ট্ৰীয় টাং-চু-ডো চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ 20-25 কেজিৰ শাখাত অংশ গ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰা দীক্ষিতাই গৌৰৱ কঢ়িয়াই আনিছে অসম তথা শিৱসাগৰ জিলা আৰু স্থানীয় অঞ্চল শান্তিপুৰলৈ। শিৱসাগৰ জিলাৰ প্ৰশ্চিম প্ৰান্তৰ অতিকে পিচপৰা কোঁৱৰপুৰ মৌজাৰ শান্তিপুৰ চুঙ্গীয়া নিবাসী মনোজ দত্ত আৰু ৰুবী বড়া দত্তৰ কনিষ্ঠ দুহিতা অৰ্থাৎ কেখেশ্বৰ দত্তৰ নাতি দীক্ষিতা…

Read More

লাহৰীঘাটৰ গৰৈমাৰী নগাবানদাত চলিছে বন্য পক্ষীৰ ৰমৰমীয়া ব্যৱসায়

লাহৰীঘাটৰ গৰৈমাৰী নগাবানদাত চলিছে বন্য পক্ষীৰ ৰমৰমীয়া ব্যৱসায় khairul islam@news for ভূৰাগাৱ এইবেলি শীতৰ আলহী পক্ষীৰ আগমনত প্ৰকৃতি প্ৰেমীৰ ভাল লাগিলেও এচাম দুষ্ট প্ৰকৃতিলোকৰ চকুত সেয়া কাল হৈছে ।বহুত লোকৰ লালসা পূৰণ কৰিবৰ বাবে চোৰাং চিকাৰীয়ে নিশা কায়েম ,বনহাহ , ডেহৈ, আৰু প্ৰজাতিৰ দুললৱ পক্ষীৰ কছাৰীবঢ়ী গুনাইবঢ়ী আদি ভিতৰুৱা অঞ্চলৰ গাৱ সমুহত পূৱাতে চাৰিআলিত তথা আগতীয়াকৈ খবৰ দি বেচা কিনা কৰে বুলি জানিব পৰা গৈছে। ।অৱশ্যে  এই ব্যৱসায়ৰলগত জড়িত লোক সকলে নিজকে চতুৰ হিচাপে এই ব্যৱসায় কৰে ।প্ৰশাসনে সুব্যৱস্থা লবলৈ প্ৰকৃতিপ্ৰেমী সকলে আবেদন জনাইছে ।

Read More

হাউলীত ভয়াবহ অগ্নিকাণ্ড 

হাউলীত ভয়াবহ অগ্নিকাণ্ড  নিশাত জুই লাগি ভষ্মিভুত তিনিখনকৈ দোকান নগদ ধন সহ চল্লিশ লক্ষাধিক টকাৰ ক্ষতি  ছাহেদ  আলী আহমেদ, হাউলী ¸ ২৯ ডিচেম্বৰঃ  বৰপেটা জিলাৰ অন্যতম বানিজ্য নগৰী হাউলীত যোৱা নিশাত তিনিখনকৈ দোকানত এক ভয়াবহ অগ্নিকাণ্ড সংগঠিত হৈ প্ৰায় চল্লিশ লক্ষাধিক টকাৰ সম্পত্তি ভষ্মিভুত হৈ তিনিগৰাকী শিক্ষিত নিবনুৱা যুৱকে নিশাৰ ভিতৰতে ভিক্ষাৰীত পৰিনত হোৱা ঘটনাই অঞ্চল ব্যাপি এক মৰ্মান্তিক পৰিস্থিতিৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰা হাউলীত দোকান কৰি পৰিয়াল পোহপাল দিয়া আয়নাল হকৰ গ্ৰীলৰ দোকান  জে এম এণ্টাৰপ্ৰাইজ,  বছিৰ উদ্দিনৰ আছাম ফাৰ্ণিছাৰ হাউচ এণ্ড হোম ডেকৰ আৰু…

Read More

সৃজনগ্ৰামত অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষীকান্ত ৰায়ৰ বিয়োগত শোকৰ ছাঁ

সৃজনগ্ৰামত অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষীকান্ত ৰায়ৰ বিয়োগত শোকৰ ছাঁ দৈনন্দিন বাৰ্তাLive, অভয়াপুৰী, ২৯ ডিচেম্বৰ সৃজনগ্ৰাম হাই স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলৰ অতি প্ৰিয় লক্ষীকান্ত ৰায়ে কালি বঙাইগাঁৱৰ এখন হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে | মধুমেহ আৰু হৃদৰোগত আক্ৰান্ত হৈ তেওঁ কালি বিয়লি তিনি মান বজাত ইহ সংসাৰ  ত্যাগ কৰে| সৃজনগ্ৰামৰ পূব খামাৰপাৰাত জন্মগ্ৰহণ কৰা ৰায়ে স্থানীয় বিদ্যালয়ত স্কুলীয়া শিক্ষা লাভৰ পিছত শ্বিলঙৰ আগশাৰীৰ শিক্ষানুষ্ঠান চেন্ট এন্থনীজ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল |  সৃজনগ্ৰাম হাইস্কুলত সহকাৰী শিক্ষক হিচাপে চাকৰিত যোগদান কৰি একেখন বিদ্যালয়ৰ পৰাই তেওঁ কিছু বছৰ পূৰ্বে ৰায়ে অৱসৰ গ্ৰহণ…

Read More

এন আৰ চিৰ খচৰাক লৈ নগাঁৱত প্ৰশাসনৰ ব্যাপক সতৰ্কতা মুলক কাৰ্যসূচী

এন আৰ চিৰ খচৰাক লৈ নগাঁৱত প্ৰশাসনৰ ব্যাপক সতৰ্কতা মুলক কাৰ্যসূচী  ডাকৰঘাটত সজাগতা সভা          জিলা প্ৰতিনিধি:নগাঁও, ২৮ ডিচেম্বৰ : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিৰ প্ৰথমখন আংশিক খচৰা প্ৰকাশৰ প্ৰাক মুহূৰ্তত নগাঁও জিলা প্ৰশাসনে ব্যাপক সজাগতা তথা সতৰ্কতা মুলক ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে জিলা প্ৰশাসনে জিলাখনৰ বিভিন্ন ঠাইত ৰাইজৰ মাজত সভা-সমিতি পাতি সজাগতা সৃষ্টি কৰাৰ অংশ হিচাপে আজিও নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ডাকৰঘাটৰ শিয়ালমাৰী এল পি স্কুল প্ৰাংগণত জিলা প্ৰশাসনৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত হয়। সংখ্যালঘু সংগঠন সমুহৰ সমন্বয় ৰক্ষী সমিতিৰ সহযোগত অনুষ্ঠিত সভাত…

Read More

  আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় 

কৃষিভূমি ধ্বংস কৰি চাবুৱাৰ ইটাভাতীয়ে ভাবুকি আনিছে কৃষকলৈ    আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়  দৈনন্দিন বাৰ্তা live@, চাবুৱা ২৯ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত কদমণি , আমগুৰি – পোলোঙা , উদালগুৰি , কপৌহুৱা আদি অঞ্চলৰ ইটাভাটাসমূহে চুড়ান্ত অন্যায় – অনিয়মেৰে সকলো নীতি – নিয়ম জলাঞ্জলি দি ইটা প্ৰস্তুত কৰি থকাৰ পিছতো জিলা প্ৰশাসনে সকলো দেখিও নেদেখাৰ ভাওঁ ধৰা বিষয়টোৱে অঞ্চলটোত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্ঠি হৈছে । যোৱা কালি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চাবুৱা আঞ্চলিক সমিতিয়ে চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ…

Read More

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হোৱাত উৎফুল্লিত নগাঁও বাসী

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হোৱাত উৎফুল্লিত নগাঁও বাসী জিলা প্ৰতিনিধি :নগাঁও, ২৮ ডিচেম্বৰ : অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে নগাঁৱৰ পদুম ৰাজখোৱাই নিৰ্বাচিত হোৱাত সমগ্ৰ জিলাখনৰ সাহিত্যানুৰাগীৰ মাজত উৎসাহৰ পৰিৱেশ বিৰাজ কৰিছে। নগাঁও চহৰৰ আমলাপট্টি নিবাসী তথা জিলাখনৰ অগ্ৰণী শিক্ষানুষ্ঠান কলংপাৰ বিদ্যাপীঠৰ প্ৰবক্তা পদুম ৰাজখোৱা দীৰ্ঘদিন ধৰি অসম সাহিত্য সভাৰ লগত জৰিত আছিল। তেওঁ নগাঁও জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক হিচাপে কেবা বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰা ৰাজখোৱা শেহতীয়া কাৰ্যকালৰ অসম সাহিত্য সভাৰ সহকাৰী সম্পাদকৰ দায়িত্বত আছিল। উল্লেখ্য, তেওঁ ১৯৯০ চনত নগাঁও সাহিত্য সভাৰ লগত জৰিত হৈ ১৯৯৫…

Read More

জামুগুৰিহাটৰ বসুন্ধৰা গেছ এজেঞ্চিৰ তৎপৰতা

জামুগুৰিহাটৰ বসুন্ধৰা গেছ এজেঞ্চিৰ তৎপৰতা চাৰি হাজাৰৰো অধিক হিতাধিকাৰিক প্ৰধান মন্ত্ৰীৰ বিনামুলীয়া উজ্বলা যোজনাৰ ৰন্ধন গেছৰ সংযোগ  দৈনন্দিন বাৰ্তা Live@ , জামুগুৰিহাট : ২৯ ডিচেম্বৰ : ২০০৩ বৰ্ষৰ জন্ম গ্ৰহন কৰি অবিৰাম ভাৱে গ্ৰাহকক সেৱা আগবঢ়াই অহা জামুগুৰিহাটস্থিত বসুন্ধৰা গেছ এজেঞ্চিয়ে চলিতবৰ্ষৰ অাৰম্ভনিৰ পৰাই বিতৰণ কৰি অাহিছে প্ৰাধান মন্ত্ৰীৰ উজ্বলা যোজনাৰ অধীনত বিনামুলীয়া ৰন্ধন গেছৰ সংযোগ । শোণিতপুৰ জিলাক সামৰি অাজি পৰ্য্যন্ত চাৰিহাজাৰৰো অধিক গ্ৰাহকক বিনামূলীয়া গেছ সংযোগ দিয়া হৈছে । শোণিতপুৰ জিলা অন্তৰ্গত চতিয়া বিধান সভা সমষ্টি , বিশ্বনাথ বিধান সভা সমষ্টি , ৰঙাপাৰা বিধান সভা সমষ্টি , তেজপুৰ…

Read More