‘ষষ্ঠদশ অসম মহোৎসৱ’ উপলক্ষে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন

‘ষষ্ঠদশ অসম মহোৎসৱ’ উপলক্ষে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন দৈনন্দিন বাৰ্তাLive@, তিতাবৰ, 31 ডিচেম্বৰ : যোৰহাটৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান ‘ইণ্টেনডেম’ৰ উদ্যোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত যোৱা 29 ডিচেম্বৰৰ পৰা অহা 12 জানুৱাৰীলৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ‘ষষ্ঠদশ অসম মহোৎসৱ’ৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অহা 4 জানুৱাৰীত দিনৰ 2 বজাৰ পৰা নিম্ন শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দুটা শাখাত হ’ব লগা প্ৰতিযোগিতাৰ যোগদান মাচুল 300 টকা। অহা 6 জানুৱাৰীৰ দিনৰ 12-30 বজাৰ পৰা ৰন্ধন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সকলোৰে বাবে মুকলি…

Read More

কলিয়াবৰত অনুষ্ঠিত সদভাৱনা সন্মিলনত ভাষণৰত মুহূর্তত সতপালদেৱ মহাৰাজ।

কলিয়াবৰত অনুষ্ঠিত সদভাৱনা সন্মিলনত ভাষণৰত মুহূর্তত সতপালদেৱ মহাৰাজ। ফটো-পংকজ কুমাৰ দাস

Read More

অসম জাতীয় বিদ্যালয় নুনমাটি আজিৰ পৰা সমগ্ৰ জাতীয় বিদ্যালয়ত ৰুপালী জয়ন্তী বৰ্ষ উদযাপন আজিৰ পৰা আৰম্ভ হৈছে ।সেয়ে সমগ্ৰ অসমৰ জাতীয় বিদ্যালয়ৰ লগতে লাহৰীঘাটৰ ধূপগুৰি জাতীয় বিদ্যালয়তো বিভিন্ন কাৰ্যসূচী পালন কৰা হয়।পতাকা উত্তোলন , আলোচনা চক্র ,কুইজ , পদযাত্ৰা আদি ।বিদ্যালয়ৰ অধ্যক্ষ মুজামিল হক, সচিৱ ৰফিকুল ইছলাম আৰু সকলো শিক্ষক শিক্ষয়িএ ছাএ ছাত্ৰীয়ে অংশগ্ৰহন কৰে ।

Read More

‘হেজাৰ কবিৰ সপোন’   উন্মোচন…

প্ৰেছ বাৰ্তা – ইংৰাজী ৩০-১২-২০১৭ তাৰিখে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেল পথাৰত অনুস্থিত হোৱা গ্ৰন্থমেলাত দ্বিভাষিক কাব্য সংকলন  ‘হেজাৰ কবিৰ সপোন’   উন্মোচন কৰা হয়। কস্তৰী প্ৰকাশনৰ স্বতাধিকাৰী শ্ৰী খনীন মেধিয়ে আঁ‌ত ধৰা অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে ‘হেজাৰ কবিৰ সপোন’ উন্মোচনৰ বাবে নিমন্ত্ৰণ চিৰপৰিচিত কবি ৰবীন্দ্ৰ বৰা ডাঙৰীয়া, জ্যেষ্ঠ কবি আনিছ উজ জামান ডাঙৰীয়া আৰু কৌস্তুভমণি শইকীয়া ডাঙৰীয়া। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক কবি পাঠক তথা সুধীবৃন্দৰ সন্মুখত ৰবীন্দ্ৰ বৰা ডাঙৰীয়াই ‘হেজাৰ কবিৰ সপোন’ উন্মোচন কৰে।  মুখ্য সম্পাদক ড° লখিমী গগৈ, সম্পাদকদ্বয় ক্ৰমে শ্ৰী মৃণাল কুমাৰ…

Read More

অসম জাতীয় বিদ্যালয় নুনমাটি আজিৰ পৰা সমগ্ৰ জাতীয় বিদ্যালয়ত ৰুপালী জয়ন্তী বৰ্ষ