ডিপলোঙা নৈৰ পানীয়ে বছৰ‌‌ি বছৰি মাধমাৰ শোধাইছে বেজৰহোলাৰ কৃষকক

ডিপলোঙা নৈৰ পানীয়ে বছৰ‌‌ি বছৰি মাধমাৰ শোধাইছে বেজৰহোলাৰ কৃষকক পুহৰ পথাৰত সেউজীয়া ৰচিছে দৰিদ্ৰ কৃষকে দৈনন্দিন বাৰ্তাLive@,চতিয়া ৩ জানুৱাৰী : – ঘৰলৈ সোণগুটি চপাই কৃষক ৰাইজ এতিয়া জীৰণি লোৱাৰ সময়। কিন্তু এই সময়তে কৃষি পথাৰত ব্যস্ত হৈ সেউজীয়া সপোন ৰচিছে অবিভক্ত শোণিতপুৰ জিলাৰ নদুৱাৰ ৰাজহ চক্ৰৰ অৰ্ন্তগত বেজৰহোলা অঞ্চলৰ বহু সংখ্যক দৰিদ্ৰ কৃষকে। যাৰ বাবে এতিয়া দীৰ্ঘদিন বিৰতিৰ পিছত পুনৰ গৰু চৰা বাকৰিৰ পৰা কৃষিভূমিত পৰিনত হল বেজৰহোলাৰ কেইবাশহেক্টৰ কৃষিভূমি। উল্লেখযোগ্য যে, এই বৃহৎ পৰিমাণৰ ভূমিত পূৰ্বতে কৃষি কাৰ্য্য কৰা হৈছিল আৰু ইয়াত উৎপাদিত ধানেই আছিল বহু দৰিদ্ৰ কৃষকৰ উপাৰ্জনৰ…

Read More

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত জিলিকিল অসম সন্তান

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত জিলিকিল অসম সন্তান চাবুৱাত ছাত্ৰ মুক্তি, মটক যুৱ-ছাত্ৰ পৰিষদৰ আদৰণী দৈনন্দিন বাৰ্তাLive@চাবুৱা , 3 জানুৱাৰী : ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ডিব্ৰুগড় জিলাৰ চাবুৱাৰ এগৰাকী কিশোৰীক মঙলবাৰে দল-সংগঠনে আদৰণী জনায় ৷ চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী বৰষা গগৈক দল-সংগঠনে সম্বৰ্ধনা যাচে ৷ দেশৰ শ্ৰেষ্ঠ শিশু বিজ্ঞানীৰ কৃতিত্ব অৰ্জন কৰাৰ পিছতেই গৃহভূমি চাবুৱাত মঙলবাৰে উপস্থিত হয় বৰষাই ৷ যোৱা ২৭ ডিচেম্বৰৰ পৰা গুজৰাটৰ আহমেদাবাদত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰূপালী জয়ন্তী সমাৰোহত অসমক প্ৰতিনিধিত্ব…

Read More

মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত তেতেলীয়াত শোকাৱহ পথ দূৰ্ঘটনা থিতাতে নিহত  ২১ বছৰীয়া যুৱক

মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত তেতেলীয়াত শোকাৱহ পথ দূৰ্ঘটনা থিতাতে নিহত  ২১ বছৰীয়া যুৱক মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত তেতেলীয়াত শোকাৱহ পথ দূৰ্ঘটনাত থিতাতে নিহত  ২১ বছৰীয়া যুৱক। ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰম কৰিব বিচৰাৰ সময়তে মহানগৰ অভিমুখী নৈশ বাছ এখনে তীব্ৰ জোৰে খুন্দা মাৰে যুৱক জনক। বহু দূৰ মহতীয়াই নিয়াৰ পাছত পলায়ন কৰে নৈশ বাছ খন। নিহত যুৱক জনক গোলজাৰ হুছেইন (২১)বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।যুৱক জনৰ ঘৰ ভূৰাগাঁও থানাৰ অন্তৰ্গত হয়বৰগাঁৱৰ বুলি ভোটাৰ পৰিচয় পত্ৰৰ পৰা জানিব পৰা গৈছে। news@Khairul Islam from Bhuragau, Morigaon, assam 

Read More

সোনোৱাল কছাৰী ভাষা-সংস্কৃতি বনাম কুসুম কৈলাশৰ ইপং-সিপং

সোনোৱাল কছাৰী ভাষা-সংস্কৃতি বনাম কুসুম কৈলাশৰ ইপং-সিপং                                                                                             অশ্বিনী কছাৰী                                                                        …

Read More

:পুৰণিগুদাম অংগাভিনয়ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ প্ৰস্ততি:

:পুৰণিগুদাম অংগাভিনয়ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ প্ৰস্ততি: দৈনন্দিন বাৰ্তাLive@নয়ন মনি বৰা,পুৰণিগুদাম,৩জানুৱাৰী: নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ নৃত্যানুষ্ঠান “অংগাভিনয়”ৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে অহা চাৰি জানুৱাৰীত “নৃত্যৰ এনিশা” অনুষ্ঠান আয়োজনৰ প্ৰস্ততি চলিছে৷পুৰণিগুদাম ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত সন্ধ্যা সাত বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া নৃত্যানুষ্ঠানত শিশু নাটক “মূৰ্খ ৰজাৰ বিচাৰ” আৰু “যোগাসন”ৰ অনুষ্ঠানো পৰিবেশন কৰা হ’ব৷ অংগাভিনয়ৰ প্ৰশিক্ষক বিনোদ ভূঞা আৰু বনশ্ৰী শৰ্মা কলিতাৰ পৰিচালনাত নৃত্যানুষ্ঠান, ৰবীন শইকীয়াৰ পৰিচালনাত নাটক “মূৰ্খ ৰজাৰ বিচাৰ” আৰু যুক্তা বৰাৰ পৰিচালনাত “যোগাসন” পৰিবেশন হ’ব বুলি অংগাভিনয়ৰ সঞ্চালক পল্লৱ কলিতাই জানিবলৈ দিছে৷

Read More

মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত  চৰম অৰাজকতা

মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত  চৰম অৰাজকতা ছি বি আই তদন্তৰ  দাবী  দৈনন্দিন বাৰ্তাLive@( নুৰুল আজিম )দঃশালমাৰা ৩ জানুৱাৰী ২০১৮ঃ নবগঠিত দঃশালমাৰা হাটশিঙিমাৰী জিলাৰ মানকাচাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ নাট মণ্ডল আৰু বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে চৰম অৰাজকতাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ সহজ মতে এই কাৰ্যালয়ত প্ৰকৃত মাটিৰ মালিকৰ নাম কৰ্তন কৰি ধনৰ বিনিময়ত চৰকাৰী নিয়ম নীতি বিশজ্ন দি বেলেগ অথবা লাটমণ্ডলৰ পচন্দৰ ব্যাক্তিক মাটিৰ নামজাৰি কৰি থকা কাৰ্য্যই ব্যাপক প্ৰতি কৃীয়াৰ সৃষ্টি কৰিছে। প্ৰকৃত মাটিৰ মালিক আৰু অবৈধ ভাৱে নামজাৰি কৰা ব্যক্তি সকলক ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা গোচৰ পঞীয়ন…

Read More

পুৰণিগুদাম অংগাভিনয়ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ প্ৰস্ততি

পুৰণিগুদাম অংগাভিনয়ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ প্ৰস্ততি:  চামগুৰি, 3 জানুৱাৰী:– নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ নৃত্যানুষ্ঠান “অংগাভিনয়”ৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে অহা চাৰি জানুৱাৰীত “নৃত্যৰ এনিশা” অনুষ্ঠান আয়োজনৰ প্ৰস্ততি চলিছে৷পুৰণিগুদাম ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত সন্ধ্যা সাত বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া নৃত্যানুষ্ঠানত শিশু নাটক “মূৰ্খ ৰজাৰ বিচাৰ” আৰু “যোগাসন”ৰ অনুষ্ঠানো পৰিবেশন কৰা হ’ব৷ অংগাভিনয়ৰ প্ৰশিক্ষক বিনোদ ভূঞা আৰু বনশ্ৰী শৰ্মা কলিতাৰ পৰিচালনাত নৃত্যানুষ্ঠান, ৰবীন শইকীয়াৰ পৰিচালনাত নাটক “মূৰ্খ ৰজাৰ বিচাৰ” আৰু যুক্তা বৰাৰ পৰিচালনাত “যোগাসন” পৰিবেশন হ’ব বুলি অংগাভিনয়ৰ সঞ্চালক পল্লৱ কলিতাই জানিবলৈ দিছে৷

Read More

ডিমৌত ভেলাঘৰৰ ৰূপত সাজু ৪০ ফুট দীঘল,২০ ফুট ওখ এশিঙীয়া গঁড়

ডিমৌত ভেলাঘৰৰ ৰূপত সাজু ৪০ ফুট দীঘল,২০ ফুট ওখ এশিঙীয়া গঁড় দৈনন্দিন বাৰ্তা Live@(ডিমৌৰ পৰা গৌতম হীৰা )৩ জানুৱাৰী:-কাজিৰঙাত নহয়,এইবাৰ ডিমৌৰ ধাননি পথাৰত ওলাইছে এশিঙীয়া গঁড় । এইবাৰ অসমীয়াৰ প্ৰাণৰ উৎসৱ ভোগালী বিহুত চোৰাং চিকাৰীক ফাঁচি দিব এখন গাঁৱৰ গাওঁবাসীয়ে । ভোগালীলৈ মাজত মাঁথো কেইটামান দিন বাকী । তাৰবাবে এতিয়া চৌদিশে দেখিবলৈ পোৱা গৈছে যুদ্ধকালীন তৎপৰতা । শিৱসাগৰ জিলাৰ ডিমৌ নিতাইপুখুৰীৰ সমীপৰ পদুমণি গাঁৱৰ গাওঁবাসীৰ মাজত চলিছে ভোগালীৰ অনন্য প্ৰস্তুতি । বিগত বৰ্ষত তিনিখলপীয়া ভেলাঘৰ আৰু লিফ্ট সজাই অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰা পদুমণি গাঁৱৰ গাওঁবাসীয়ে এইবাৰ ভোগালীত গাঁৱৰ বাঁহ, কাঠ…

Read More

নগাই আকৌ জ্বলালে সীমান্তবাসী অসমীয়াৰ ঘৰ 

নগাই আকৌ জ্বলালে সীমান্তবাসী অসমীয়াৰ ঘৰ  দৈনন্দিন বাৰ্তাLive@ ধনশিৰি ৩ জানুৱাৰী :- অসম – নগালেণ্ড সীমান্তৰ ‘ বি ‘ চেক্টৰৰ চূঙাজান ৰংপূৰ গাৱত নগাই দীৰ্ঘদিন ধৰি সীমান্তবাসী অসমীয়াৰ ওপৰত উপদ্ৰৱ চলাই আহিছে ৷ সীমান্তবাসী অসমীয়াক নগা উগ্ৰপহ্নীয়ে বন্দুকৰ ভয় দেখূৱাই বিভিন্ন সময়ত নিৰস্ত অসমীয়াৰ পৰা জীৱ – জন্তু আৰু ধন সংগ্ৰহ কৰি আহিছে ইয়াৰ ওপৰিও সীমান্তবাসীৰ খেতি পথাৰ দখলৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে ৷ যোৱা ৩ জানুৱাৰীত সীমান্তৰ চূঙাজান ৰংপূৰ গাৱৰ নিবাসী জীৱন বৰাৰ ঘৰটো নগাই ৰাতি প্ৰায় সাত মান বজাত জ্বলাই দিয়ে ৷ জীৱন বৰাই জানিবলৈ দিয়া মতে বহুদিনৰ…

Read More

” সুৱদী-সুৰীয়া অসমীয়া ভাষা “

                   ” সুৱদী-সুৰীয়া অসমীয়া ভাষা “                                                                                                                  ৰূপজ‍্যোতি গোস্বামী                                    …

Read More