Home 2018 January 30

Daily Archives: January 30, 2018

দেওপানী শাখা সাহিত্য সভাৰ উদ্যোগত স্মৃতি দিৱস পালন ৷

দেওপানী শাখা সাহিত্য সভাৰ উদ্যোগত স্মৃতি দিৱস পালন ৷৷ দৈনন্দিন বাৰ্তা LIVE দেওপানীৰ পৰা দিগন্ত মহন্ত: --- ১৯৮৭ চনৰ ২৮ জানুৱাৰীত কাৰবি আংলং জিলা সাহিত্য...

গেলেকী খেতি পথাৰত ভূ মাফিয়াৰ দপদপনি : মহকুমা ৰাজহ চক্ৰ বিষয়াৰ অভিযান

গেলেকী খেতি পথাৰত ভূ মাফিয়াৰ দপদপনি : মহকুমা ৰাজহ চক্ৰ বিষয়াৰ অভিযান দৈনন্দিন বাৰ্তা LIVE@ফাৰহাণ্ লস্কৰৰ ৰিপৰ্ট , প্ৰতিনিধি, গেলেকী, ৩০জানুৱাৰী: গেলেকী খণ্ড বন...

সম্প্ৰতি দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত বটদ্ৰৱা উন্নয়ন খণ্ড

সম্প্ৰতি দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত বটদ্ৰৱা উন্নয়ন খণ্ড  এনৰেগা,আঁচনি ৰূপায়ণৰ নামত লুণ্ঠণ জনপ্ৰতিনিধিৰ তদন্তৰ দাবী তুলি জিলা উপায়ুক্তৰ ওচৰত অভিযোগ  দৈনন্দিন বাৰ্তাLive@ ছাইদুল ইছলাম, ধিং, ৩০ জানুৱাৰী :- ৰাজ্য চৰকাৰৰ...

আজুৰ হোজাই জিলা সমিতি গঠন

আজুৰ হোজাই জিলা সমিতি গঠন মফচলীয়া সাংবাদিক সকলৰ সমস্যা সমাধানৰ বাবে আজু দায়বদ্ধ  দৈনন্দিন বাৰ্তা LIVE@ছাদিকুজ জামান মোৰাঝাৰ, ৩০, জানুৱাৰী  : অসমৰ মফচলীয় সাংবাদিক সকলৰ আগশাৰীৰ...

অনিয়ম আৰু দুৰ্ণীতিৰে ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটত ভেটি মাটি আৱণ্টনঃ

ব্যাপক অনিয়ম আৰু দুৰ্ণীতিৰে ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটত ভেটি মাটি আৱণ্টনঃ দৈনন্দিন বাৰ্তা Live@ দঃশালমাৰা ৩০ জানুৱাৰী ঃ সম্প্ৰতি ৪ মাহ পূৰ্বে ফেকামাৰী...

ওদালগুৰিৰ বৰবেঙেৰা গাওঁত অনুষ্ঠিত হ’ৱলগীয়া বড়ো ব্যপ্তিষ্ট সমিতিৰ ১০৪তম অধিৱেশনৰ মূল মণ্ডপ

ওদালগুৰিৰ বৰবেঙেৰা গাওঁত অনুষ্ঠিত হ'ৱলগীয়া বড়ো ব্যপ্তিষ্ট সমিতিৰ ১০৪তম অধিৱেশনৰ মূল মণ্ডপ,মঙ্গলবাৰে..... ফটো-অঞ্জনজ্যোতি শৰ্মা

চাঞ্চল্য :   নগাঁৱত ধন দাবী কৰি আৰক্ষীৰ জালত তিনি ব্লেকমেইলাৰ

 চাঞ্চল্য :   নগাঁৱত ধন দাবী কৰি আৰক্ষীৰ জালত তিনি ব্লেকমেইলাৰ দৈনন্দিন বাৰ্তা LIVE@ নগাঁও, ৩০ জানুৱাৰী : নগাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক ব্লেকমেংলিঙেৰে ধন দাবী...

উত্তৰ পূৰ্বাঞ্চলৰ পুৰণি স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰতিষ্ঠা দিৱস 

উত্তৰ পূৰ্বাঞ্চলৰ পুৰণি স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰতিষ্ঠা দিৱস  সংঘবদ্ধ প্ৰচেষ্টাৰ বাবেই মিশ্যনে এক আগশাৰীৰ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে - প্ৰফুল্ল কুমাৰ মহন্ত দৈনন্দিন বাৰ্তা...

বদলাত ওৰেটো নিশা জ্বলিল বিদ্যুতৰ তাঁৰ : আতংকিত গাঁওবাসী: বিভাগৰ গুৰুত্ব নাই  

বদলাত ওৰেটো নিশা জ্বলিল বিদ্যুতৰ তাঁৰ : আতংকিত গাঁওবাসী: বিভাগৰ গুৰুত্ব নাই   দৈনন্দিন বাৰ্তা LIVE@নগৰবেৰা, ( মিজানুৰ ৰহমান)৩০ জানুৱাৰী : কামৰূপ গ্ৰাম্য জিলাৰ...

জামুগুৰিহাটত ছাত্ৰ নিৰূদ্দেশ : মানৱ সৰবৰাহ কাৰীয়ে অপহৰন কৰি নি আৰুনাচলত বিক্ৰী কৰাৰ তথ্য উদ্ধাৰ...

জামুগুৰিহাটত ছাত্ৰ নিৰূদ্দেশ  মানৱ সৰবৰাহ কাৰীয়ে অপহৰন কৰি নি আৰুনাচলত বিক্ৰী কৰাৰ তথ্য উদ্ধাৰ পৰিয়ালৰ বিদ্যালয়লৈ বুলি গৈ থকা মুহুৰ্ততে দুষ্ট চক্ৰই অপহৰন কৰিলে...

কুমাৰীকাটাত পথ দুৰ্ঘটনাঃ এজন নিহত

কুমাৰীকাটাত পথ দুৰ্ঘটনাঃ এজন নিহত  দৈনন্দিন বাৰ্তা LIVE@উৎপল ডেকাঃ তামুলপুৰৰঃ৩০জানুৱাৰীঃ তামুলপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটাৰ গনেশগুৰিত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয়য় ঘাইপথত নিশা  ভয়ংকৰ পথ দুৰ্ঘটনাসংঘটিত হয় ৷ফলত এজন যুবকৰ থিতাতে নিহত...

ৰূপালী জয়ন্তীৰ দুৱাৰমুখত অপ্ৰাদেশিকৃত পাটসাঁকো মহাবিদ্যালয় সকলোৰে সহায় সহযোগিতা আহ্বান কৰিলে অধ্যক্ষই

ৰূপালী জয়ন্তীৰ দুৱাৰমুখত অপ্ৰাদেশিকৃত পাটসাঁকো মহাবিদ্যালয় সকলোৰে সহায় সহযোগিতা আহ্বান কৰিলে অধ্যক্ষই দৈনন্দিন বাৰ্তাLive@বকতা,৩০ জানুৱাৰী :- অসমৰ শিক্ষা ব্যৱস্থাত যিমানবোৰ শিক্ষা প্ৰতিষ্ঠানে অশেষ কষ্ট আৰু...

কাইলৈৰ পৰা হিমালয়ান গেমছ মিডিয়া ফুটছাল

কাইলৈৰ পৰা হিমালয়ান গেমছ মিডিয়া ফুটছাল গুৱাহাটী, ৩০ জানুৱাৰী: অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোচিয়েছনৰ উদ্যোগত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰী লৈ গুৱাহাটীত অনুষ্ঠিত হব...

:সদৌ অসম ভিত্তিত দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাৰ আয়োজন:

:সদৌ অসম ভিত্তিত দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাৰ আয়োজন: দৈনন্দিন বাৰ্তা LIVE, চামগুৰি, ৩০ জানুৱাৰী:--- "ডু ৰে মি মিউজিক স্কুল"ৰ উদ্যোগত অহা এঘাৰ ফেব্ৰুৱাৰীত গুৱাহাটীৰ চানমাৰিস্থিত পণ্ডিত তীৰ্থনাথ...

মিছামাৰীত গাঁওৰক্ষী বাহিনীৰ ৬৯তম প্ৰতিষ্ঠা দিৱস উদযাপনঃ

মিছামাৰীত গাঁওৰক্ষী বাহিনীৰ ৬৯তম প্ৰতিষ্ঠা দিৱস উদযাপনঃ  গাঁওৰক্ষী বাহিনী এটা অঞ্চলৰ শান্তি সম্প্ৰীতিৰ ৰক্ষাৰ বাহকঃ __________________________________ দৈনন্দিন বাৰ্তাlive@(পবিত্ৰ কুমাৰ দাস) ঢেকীয়াজুলিঃ৩০জানুৱাৰী সমগ্ৰ ৰাজ্যৰ লগতে  কালি শোণিতপুৰ জিলাৰ...

মৰাণত তেল টেংকাৰ আৰু ট্ৰেভেলাৰ মাজত সংঘৰ্ষ: ভয়ানক পথ দুৰ্ঘটনাত ১৭জন যাত্ৰী গুৰুতৰ...

মৰাণত তেল টেংকাৰ আৰু ট্ৰেভেলাৰ মাজত সংঘৰ্ষ: ভয়ানক পথ দুৰ্ঘটনাত ১৭জন যাত্ৰী গুৰুতৰ ভাৱে আহত ------------------------------------------------------------------ দৈনন্দিন বাৰ্তাLive@( কৰুণা ফুকন),মৰাণ;৩০ জানুৱাৰী: মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ...

খহিবলৈ আৰম্ভ কৰিছে ভটিয়াপাৰস্থিত মহা‌বীৰ লাচিতৰ আৱক্ষ মূৰ্তি:

খহিবলৈ আৰম্ভ কৰিছে ভটিয়াপাৰস্থিত মহা‌বীৰ লাচিতৰ আৱক্ষ মূৰ্তি: দৈনন্দিন বাৰ্তাLive@ (মুকুল গগৈ) শিৱসাগৰ 30 জানুৱাৰী: অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ লগত ফেৰ মাৰিব পৰাকৈ শিৱসাগৰ জিলাত হাজাৰ...

এপলক পুনৰুজ্জীৱিত কৰাৰ দাবীত ৰঙিয়াত মানৱ শৃংখল সাজি প্ৰতিবাদ

এপলক পুনৰুজ্জীৱিত কৰাৰ দাবীত ৰঙিয়াত মানৱ শৃংখল সাজি প্ৰতিবাদ দৈনন্দিন বাৰ্তা LIVE @ নিজা প্ৰতিবেদক,ৰঙিয়া, 30 জানুৱাৰীঃ বস্ত্ৰ উদ্যোগ এপলক পুনৰুজ্জীৱিত কৰাৰ দাবীত ৰঙিয়াৰ...

নগাওঁ জিলাৰ ৰূপহীহাটৰ জুৰীয়াত অাজৱ ঘটনা  ভণ্ড বাবাৰ কবলত পৰি সৰ্বস্বান্ত হল বাসুদেৱ 

নগাওঁ জিলাৰ ৰূপহীহাটৰ জুৰীয়াত অাজৱ ঘটনা  ভণ্ড বাবাৰ কবলত পৰি সৰ্বস্বান্ত হল বাসুদেৱ  জহিৰুল ইছলাম-ৰূপহীহাট,৩০ জানুৱাৰী:ৰূপহীহাট সমষ্টিৰ জুৰীয়া থানাৰ সমীপতে সংঘটিত হৈছে এক অাজৱ...

মুকলি সভাৰে সামৰণি পৰিল হাওৰাঘাটত বিচু ডিমা উৎসৱ উন্মোচন কৰা হ’ল স্মৃতিগ্ৰন্থ...

মুকলি সভাৰে সামৰণি পৰিল হাওৰাঘাটত বিচু ডিমা উৎসৱ উন্মোচন কৰা হ'ল স্মৃতিগ্ৰন্থ ৰাংবাৰছা হাওৰাঘাট ৩০ জানুৱাৰীঃ তিনিদিনীয়া বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে হাওৰাঘাটৰ পশ্চিম গজালিপাৰত চলি...
13,014FansLike
1,047FollowersFollow
7,306SubscribersSubscribe
- Advertisement -

EDITOR PICKS