প্ৰেমৰ কৰুণ পৰিণতি  প্ৰেমিকাৰ পৰিয়ালৰ হাতত প্ৰাণ হেৰুৱালে যুৱকে

 প্ৰেমৰ কৰুণ পৰিণতি  প্ৰেমিকাৰ পৰিয়ালৰ হাতত প্ৰাণ হেৰুৱালে যুৱকে দৈনন্দিন বাৰ্তা Live@ ৰূপজ‍্যোতি গোস্বামী : কলিয়াবৰ : ৩ ফেব্ৰুৱাৰী: প্ৰেমৰ কৰুণ পৰিণতিস্বৰূপে শুক্ৰবাৰে বিয়লি নগাঁৱৰ শালনাত এজন যুৱকে প্ৰাণ দিব লগা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় যথেষ্ট উত্তেজনাময় পৰিৱেশৰ। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ শালনাৰ গৌৰাংগ পাত্ৰৰ কণ্যাৰ সৈতে চিমনাৰ জটিয়াকছাৰী গাৱঁৰ কৰ্ণেশ্বৰ গঞ্জু নামৰ যুৱকজনৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। কিন্তু গৌৰাংগৰ পৰিয়ালে মানি লোৱা নাছিল এই সম্পৰ্কক আৰু ইয়াৰেই কৰুণ ফলশ্ৰুতি হিচাবে বিগত ২৬ জানুৱাৰীত প্ৰেমিকাৰ পৰিয়ালে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত  কৰিছিল প্ৰেমিক কৰ্ণেশ্বৰক। উক্ত দিনাৰ পৰা প্ৰায় এসপ্তাহ গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন…

Read More