তিতাবৰত পেলু নির্মূল ঔষধ সেৱন কাৰ্যসূচী….

তিতাবৰত মহকুমা স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত ৪৩৪৯৬ গৰাকী ছাত্ৰ -ছাত্ৰীৰ পেলু নিৰ্মূলৰ ঔষধ সেৱন:  দৈনন্দিন বাৰ্তা Live @ তিতাবৰ পৰা বিমান শইকীয়া , ১৩ ফেব্ৰুৱাৰী :  ভাৰত তথা অসমৰ শিশু সকলক পেলু মুক্ত কৰি স্বাস্থ্যবান ৰূপত গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰা ১ ৰ পৰা ১৯ বছৰৰ ছাত্ৰ ছাত্ৰীক পেলু নির্মূলক ঔষধ এলবেন্ডাজল সেৱনৰ জৰিয়তে যি অভিলাসী আঁচনি গ্ৰহণ কৰিছে তাৰ অংশৰূপে তিতাবৰটো ছাত্ৰ ছাত্ৰী সকলক পেলু মুক্ত কৰি স্বাস্থ্যবান কৰি তুলিবলৈ তিতাবৰ মহকুমা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ৩৫৭ খন চৰকাৰী বিদ্যালয় ,৭৩  খন ব্যক্তিগত বিদ্যালয়  আৰু ২৩৫ খন…

Read More

নাৰীক সন্মান কৰিব নাজানে বিজেপিয়ে বিশ্বনাথত  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা 

 নাৰীক সন্মান কৰিব নাজানে বিজেপিয়ে বিশ্বনাথত  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা  দৈনন্দিন বাৰ্তা লাইভ@   বিশ্বনাথ চাৰিআলি ১৩ ফেব্ৰুৱাৰী  বিজেপি দলে  নাৰীক সন্মান  কৰিব নাজানে দেশক সুৰক্ষা দিয়াত ব্যথ হৈছে  বিজেপি দল এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা । আজি বিশ্বনাথ চাৰিআলিত  বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যলয়ত  বিশ্বনাথ জিলা মহিলা কংগ্ৰেছ কমিটিৰ এখনি   বৰ্ধিত কাৰ্যকৰী সভাত উপস্থিত হৈ এই মন্তব্য কৰি কয় বৰাই  বিজেপিয়ে দেশক বিক্ৰী কৰিবলৈ গৈ আছে এক প্ৰকাৰ ।  কংগ্ৰেছৰ দিনত মূল্য বৃদ্ধি হোৱা নাছিল ৰাইজে কোনো কষ্ট পোৱা নাছিল কিন্তু এতিয়া দৰিদ্ৰ তেজ শুহি শুহি খাইছে…

Read More