মোৰাঝাৰত জমিয়ত নেতাৰ বিয়োগত শোক মোৰাঝাৰ আঞ্চলিক জমিয়তৰ সভাপতি মৌলানা শ্বফিকুল হকৰ বিয়োগ আজি পূৱা ৮ বজাত নিজ বাসভৱনত মৃত্যু হয় তেওঁ আনৱাৰুল উলুম শিৱপুৰত মাদ্ৰাছা আৰু নীলবাগানত হাফিজিয়া মাদ্ৰাছাৰ প্ৰাক্তন শিক্ষক আছিল মোৰাঝাৰৰ নাগৰিক আৰু দল সংগঠনৰ শোক প্ৰকাশ
Read MoreDay: March 16, 2018
বিহালীৰ প্ৰাক্তন আলফা তথা কংগ্ৰেছ নেতা কুকিল বৰাৰ অকাল মৃত্যু: বিহালীত শোকঁৰ ছাঁ
বিহালীৰ প্ৰাক্তন আলফা তথা কংগ্ৰেছ নেতা কুকিল বৰাৰ অকাল মৃত্যু: বিহালীত শোকঁৰ ছাঁ —————————- দৈনন্দিন বাৰ্তা live@ বিহালী ১৫ মাৰ্চ বিহালী একালৰ সংযুক্ত মুক্তি বাহিনী, অসমৰ সংক্ৰিয় সদস্য তথা বিহালী যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি কুকিল বৰাৰ আজি গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অবস্থাত ক্ৰমাৎ স্বাস্থ্যৰ অধিক অবনতি হোৱাত ঘৰলৈ ঘূৰাই অনাৰ পথত অকাল মৃত্যুক আকোৱালী লয়। অতি অমায়িক তথা সৰবৰহী যুৱ নেতা কুকিল বৰা যোৱা কিছুদিন ধৰি মেলিনা ৰোগত ভূগি থকাৰ লগতে মধুমেহ ৰোগতো আক্ৰান্ত আছিল। হঠাৎ যোৱা কেইবাদিনৰ পৰা তেওঁৰ স্বাস্থ্যৰ অবস্থা ক্ৰমান্বয়ে অবনতি হোৱাত উন্নত চিকিতসাৰ বাবে ১১…
Read Moreহাতী-মানুহৰ সংঘাতত নিহত পৰিয়াললৈ এককালিন সাহাৰ্য প্ৰদান
হাতী-মানুহৰ সংঘাতত নিহত পৰিয়াললৈ এককালিন সাহাৰ্য প্ৰদান দৈনন্দিন বাৰ্তা Live@ডিমৌৰ পৰা গৌতম হীৰা ১৫ মাৰ্চ:- বিগত বৰ্ষত শিৱসাগৰ জিলাত সংঘটিত হোৱা হাতী-মানুহৰ সংঘাতত নিহত হোৱা দুটাকৈ পৰিয়াললৈ অসম চৰকাৰৰ তৰফৰপৰা আগবঢ়োৱা হৈছে এককালিন অৰ্থ সাহাৰ্য । বৃহস্পতিবাৰে শিৱসাগৰ জিলা বন সংমণ্ডলৰ কাৰ্যালয়ত বন্যহস্তীৰ লগত সংঘাতত নিহত হোৱা থাওৰা সমষ্টিৰ মধু ছেত্ৰী আৰু আমগুৰি সমষ্টিৰ ৰাজেন চাওঁৰাৰ পৰিয়াল বৰ্গলৈ অসম চৰকাৰৰ পৰা প্ৰদান কৰা এককালীন সাহাৰ্যৰ চেক বিতৰণ কৰে । উক্ত সভাত শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ভবেন্দ্ৰ নাথ মহন, থাওৰাৰ বিধায়ক কুশল দুৱৰী, জিলা বন সংমণ্ডল বিষয়া বিদ্যা বৰদলৈৰ লগতে…
Read Moreবিশ্বনাথত অৰুণাচলী সুৰা ৰমৰমীয়া বেহা
বিশ্বনাথত অৰুণাচলী সুৰা ৰমৰমীয়া বেহা ৰাইজে জব্দ কৰিলে এক ট্ৰাক অৰুণাচলী সুৰা আবকাৰী ৰহস্য জনক ভুমিকা দৈনন্দিন বাৰ্তা live@বিশ্বনাথ চাৰিআলি ,১৫ মাৰ্চ: এতিয়া বিশ্বনাথত সহজতে পোৱা যায় অৰুণাচলী বিলাসী সুৰা । কাৰণ ট্ৰাকে ট্ৰাকে প্ৰতি দিনেই বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চললৈ অৰুণাচলী সুৰা আমদানি আছে কিন্তু এই সম্পূৰ্ণ বিষয় গহপুৰ আপকাৰী আৰু বিশ্বনাথৰ আপকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলে কোনো অৰুণাচলী সুৰা সোমোৱা তথা আমদানি ক্ষেত্ৰত পদক্ষেপ নোলোৱা এক গুৰুত্ব অভিযোগ । ইফালে এই অৰুণাচলী সুৰা ট্ৰাক বিশ্বনাথ চাৰিআলি তথা গহপুৰ লৈ প্ৰবেশ কৰা বিনিময়ত অৰুণাচলী সুৰা ব্যৱাসী পৰা গহপুৰ আপকাৰী পৰিদৰ্শন…
Read Moreইটাখোলা চিজুছা সংযোগী পথ শীৰ্ঘে মেৰামতিৰ দাবী মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ইটাখোলাত অাছু – অাটছাৰ পথ অৱৰোধ
ইটাখোলা চিজুছা সংযোগী পথ শীৰ্ঘে মেৰামতিৰ দাবী মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ইটাখোলাত অাছু – অাটছাৰ পথ অৱৰোধ দৈনন্দিন বাৰ্তাLive, জামুগুৰিহাট , ১৫ মাৰ্চ : দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজিৰ্ন পথছোৱা মেৰামতিৰ দাবীত অাজি ইটাখোলা শাখা ছাত্ৰ সন্থা আৰু নদুৱাৰ অাঞ্চলিক চাহ জন জাতি ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত উলিওৱা এটি প্ৰতিবাদী সমদল । উত্তৰ পুৱ পৰিষদৰ অধীনত ( এন ই চি ) এই ২০ কি:মি: দৈৰ্ঘ্যৰ পথছোৱা সুদীৰ্ঘ ৩২ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত বৃহত্তৰ অঞ্চল ইটাখোলা , আহুবাৰী ,খেৰবাৰী , হাটিঙা , বালিজুৰি , হাতীপট্ৰিকে ধৰি প্ৰায় ১৫ খনৰো অধিক…
Read More