Home অসম কোকৰাঝাৰত ধৃত এনডিএফবি সদস্য, অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ

কোকৰাঝাৰত ধৃত এনডিএফবি সদস্য, অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ

133
12

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা,কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানীৰ ১১ নং লাৱণ্যপুৰ বনগাঁওৰ পৰা সেনা-আৰক্ষীয়ে যৌথ অভিযান চলাই ম্যানমাৰত প্ৰশিক্ষিত এগৰাকী এনডিএফবি(এচ)কেডাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

 

ধৃত এনডিএফবি কেডাৰগৰাকীক জিলাখনৰ বগৰীবাৰী, বেচৰকনাৰ থুম্বা ব্ৰহ্ম ওৰফে থৌউচৌম ওৰফে টাকলাই(২৫)বুলি আৰক্ষীয়ে সদৰি কৰিছে। ধৃত এনডিএফবি সদস্যগৰাকীৰ জিন্মাৰ পৰা সেনা আৰক্ষীয়ে দেশীয় নিৰ্মিত ৭.৬৫ মি:মি: পিষ্টল এটা , দুজাই গুলী , নগদ ১৪৬০০ টকা আৰু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে ।

কোকৰাঝাৰ আৰক্ষীয়ে সদৰি কৰা মতে এক বিশেষ সূত্ৰৰ পমখেদি কালি নিশা বিছমুৰী আৰক্ষী আৰু ভাৰতীয় সেনাৰ ১২ নং শিখলাই ৰেজিমেণ্টে যৌথ অভিযান চলাই এনডিএফবিৰ ৪২ নং বেটচৰ ম্যানমাৰত প্ৰশিক্ষিত সদস্য থুম্বা ব্ৰহ্মক ভাৰত-ভূটান সীমান্তৱৰ্তী লাৱন্যপুৰ বনগাঁওৰ পৰা আটক কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে সদৰি কৰা মতে থুম্বা ব্ৰহ্মৰ সতে জুৱেল নাৰ্জাৰী ওৰফে তামাং নামৰ আন এগৰাকী সদস্য আছিল যদিও পলাই সাৰিবলৈ সক্ষম হয় ।

ইপিনে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে ধৃত এনডিএফবি সদস্যগৰাকী “বাথা গ্ৰুপৰ সদস্য ” আছিল বুলি সদৰি কৰি এনডিএফবি বৰ্তমান দুৰ্বল হৈ পৰিছে বুলি উল্লেখ কৰে । তদুপৰি সাধাৰণ ৰাইজৰ মাজতো এনডিএফবি(এচ)ৰ কোনো গণভিত্তি নাই বুলি দাবী কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰক্ষীৰ যুঁজ অব্যাহত থাকিব বুলি মন্তব্য কৰিছে ।

12 COMMENTS

  1. Office 365 is a lot of cloud-based programming by Microsoft
    (MS). Contingent upon the arrangement or membership you buy,
    it might incorporate the most recent variant of
    Exchange Email, SharePoint and One-Drive for record and online stockpiling, Office Suite (Outlook,
    Word, Excel, PowerPoint, and Teams or Skype for Business). https://officesupport.net/

  2. There are a couple of causes, possibly I’m out-of-state and
    need somebody domestically, okay, that is a superb motive.
    You’ve been a pleasure to work with over the past few months/years.
    Up, up, and away in my lovely balloon into the clear blue yonder – by means
    of and past the clouds. I’ve actually loved working with you over the
    previous 12 months, (identify). You’ve been an ideal
    colleague to work with this 12 months, (title). I hope you will have an ideal day, (identify),
    and I’m trying ahead to seeing you again soon! Have the Happiest Birthday at the moment, (name)!
    Have an ideal birthday at this time, (name)! Hope you’ve an incredible
    day! I hope you may have a lot of fun on your particular day.
    Have a implausible day and year to return! Whenever
    you design the work day you want, you automatically begin to change your considering, and you start to deal with what you need and
    what you don’t want. Want to repair the Office 365 on Windows 10
    with out really reinstalling? Let’s consider some of the
    explanation why building Windows app can be useful to boost what you are promoting
    recognition and in addition cover a gamut of people that would be aware of the applying.
    I imagine I have an easy answer for those with Windows 10, but this should also
    work with Windows 8. Windows 7 doesn’t utilize the app store so I do
    not believe this is a problem for them. https://365setup.com

LEAVE A REPLY

Please enter your comment!
Please enter your name here