Home অসম নাজিৰা কবি সন্মিলনৰ বাৰ্ষিক সাধাৰণ সভাঃ ‘চোতাল’ অনুষ্ঠান আৰু কেন্দ্ৰীয় ‘কাব্য জিজ্ঞাসা’...

নাজিৰা কবি সন্মিলনৰ বাৰ্ষিক সাধাৰণ সভাঃ ‘চোতাল’ অনুষ্ঠান আৰু কেন্দ্ৰীয় ‘কাব্য জিজ্ঞাসা’ অনুষ্ঠানৰ আয়োজন আৰু ‘প্ৰতীতি’ৰ বাবে লেখা আহ্বান

62
5
Startup Stock Photos

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, নাজিৰাঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নাজিৰা কবি সন্মিলনৰ বাৰ্ষিক অধিৱেশনৰ সাধাৰণ সভা আৰু “চোতাল ” অনুষ্ঠানটি ঐতিহাসিক গড়গাঁৱত বিশিষ্ঠা কবি লেখিকাদ্বয় অৰুণা চেতিয়া আৰু দিপা সন্দিকৈৰ ব্যৱস্থাপনাৰে অহা ৪ আগষ্টত অনুষ্ঠিত হ’ব। ইয়াৰ উপৰি সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যক্ৰমণিকানুসৰি ” কাব্যজিজ্ঞাসা” ( কবিতাৰ কৰ্মশালা ) অনুষ্ঠানটি নাজিৰা কবি সন্মিলনৰ সহযোগত নাজিৰা নৱজ্যোতি নামদাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ আতিথ্যত অহা ১১ আগষ্টত উক্ত বিদ্যালয়তে অনুষ্ঠিত হ’ব । অলপতে নাজিৰা মুক্ত সাংবাদিক সন্থাৰ অস্থায়ী কাৰ্যালয় কক্ষত নাজিৰা কবি সন্মিলনৰ সভাপতি তৰুণ চন্দ্ৰ নাথৰ সভাপতিত্বত আৰু সম্পাদক সুৰেশ ভূঞাই উদ্দেশ্য ব্যাখ্যা কৰা বিশেষ কাৰ্যনিৰ্বাহক সভাত উক্ত অনুষ্ঠানৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে । আনহাতে ১১ আগষ্টৰ কাব্য জিজ্ঞাসা অনুষ্ঠানতে উন্মোচন হ’ব লগীয়া নাজিৰা কবি সন্মিলনৰ ত্ৰিমাসিক কাব্য পত্ৰিকা ‘ প্ৰতীতি ‘ ৰ দ্বিতীয় বছৰ দ্বিতীয় সংখ্যা প্ৰকাশৰ কাম আৰম্ভ হৈছে।সহৃদয় কবি-বন্ধু সকলে ইয়াত প্ৰকাশৰ বাবে স্পষ্ট আৰু পৰিস্কাৰ হাতৰ আখৰেৰে কবিতা, কবিতা সম্বন্ধীয় চমু লেখা, কবিতা-পুথিৰ আলোচনা, নতুন পুথি উন্মোচন ৰ ছৱি/সংবাদ আদি ৪ আগষ্ট বা তাৰ আগতে পোৱাকৈ হৰেন চন্দ্ৰ নাথ । সম্পাদক-প্ৰতীতি w/app no. 8486350568. অথবা nathharen3202@gmail.com ঠিকনাত পঠাব পাৰিব।

5 COMMENTS

  1. I’m speaking about all kinds of extras that other sites
    make you pay for. Book trailers should last no more than two minutes, so pay close attention to the
    minutes as you make your trailer. To stay on electronic camera, hold your stripes,
    toys, or some other alterations to your outfit near by so you
    won’t need to move”off camera” to go get anything.

    This operates on two different levels, possibly the cam models record exactly
    what they can perform, and the prices next to them, typically building up to a large event, or people may tip an amount and create a petition.
    For the story of this show, the men and women who failed the Sachiko Ever
    After ritual became indeed together eternally.
    Look, I’ve even put in a video just below simply to show you
    the nerve-racking (and hilarious) responses of people
    who dared to play with this match. The site, from first look, gave me a secure feeling,
    I had no doubts whatsoever, and has been more than happy to look for the sign up.
    If you love scares and being petrified into the darkened
    corner of the area, this is only one of the best regions
    to take a look at.

LEAVE A REPLY

Please enter your comment!
Please enter your name here