Home মুখ্য পৃষ্ঠা দেৰগাওঁৰ টাউন ক্লাৱৰ নৱ নিৰ্মিত ভৱনৰ আধাৰশিলা স্থাপন

দেৰগাওঁৰ টাউন ক্লাৱৰ নৱ নিৰ্মিত ভৱনৰ আধাৰশিলা স্থাপন

238
0

দেৰগাওঁৰ টাউন ক্লাৱৰ নৱ নিৰ্মিত ভৱনৰ আধাৰশিলা স্থাপন ।

দৈনন্দিন বাৰ্তাLIVE@দেৰগাওঁ ২১ নৱেম্বৰ : আজি অলপতে,দেৰগাওঁৰ ঐতিহ্যমণ্ডিত দেৰগাওঁ টাউন ক্লাৱৰ নৱ নিৰ্মিত ভৱনৰ আধাৰশিলা স্থাপন কৰে, দেৰগাওঁৰ সমষ্টিৰ বিধায়ক ভৱেন ভৰালীয়ে, উক্ত আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য নুৰুল চুলতান,দেৰগাওঁ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ, ভোলা হাজৰিকা , দেৰগাওঁ পৌৰসভাৰ পৌৰপতি অৰুণাভ কলিতা , সমাজ কৰ্মী অতুল গোস্বামী ,জেষ্ঠ নাগৰিক নোমল খাউণ্ড,অসম যুৱ পৰিষদ,দেৰগাওঁ নগৰ আঞ্চলিকৰ সম্পাদক সীমান্ত বৰাৰ লগতে স্থানীয় লোক, আধাৰশিলা স্থাপন কৰি দেৰগাওঁৰ বিধায়ক ভৱেন ভৰালীয়ে দেৰগাওঁ টাউন ক্লাৱলৈ সমষ্টি উন্নয়ন পুঁজিৰ পৰা ১০ লাখ টকা অনুদান আগবঢ়াই ,আৰু আগন্তুক দিনত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই যাম বুলি আজিৰ এই অনুষ্ঠানতে ঘোষণা কৰে, উপস্থিত লোকে বিধায়ক ভৰালীয়ে দেৰগাওঁ সমষ্টিৰ চুকে কোণে কৰি উন্নয়ন মূলক কাম কাজৰ বাবে বিধায় গৰাকীক শলাগ লয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here