Home অসম অনুেচ্ছদ ৩৭০ বাতিলঃ আদৰণি অসম বিজেপিৰ

অনুেচ্ছদ ৩৭০ বাতিলঃ আদৰণি অসম বিজেপিৰ

445
69

দৈনন্দিন বাৰ্তাৰ, ডিজিটেল সেৱাঃ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে এক প্ৰেছ বিবৃতিযোগে জনায় যে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে অনুেচ্ছদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্তক আদৰণি জনাই।

‘এক ভাৰত-শ্ৰেষ্ঠ ভাৰত’ নীতিৰে গ্ৰহণ কৰা সিদ্ধান্তই দেশৰ প্ৰতিজন নাগৰিকৰ বাবে সমঅধিকাৰ সাব্যস্ত কৰিলে। এতিয়াৰে পৰা জম্মু-কাশ্মীৰত কোনো ধৰণৰ দ্বৈত নাগৰিকত্ব, পৃথক সংবিধান বা পৃথক পতাকা নাথাকিব। বৰং কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে দেশৰ আন আন অঞ্চলসমূহৰ দৰে সম মৰ্যাদা প্ৰদান কৰা হ’ব। অনুেচ্ছদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰিছে।

69 COMMENTS

  1. I seriously love your blog.. Very nice colors &
    theme. Did you build this amazing site yourself? Please reply back as I’m planning to create my very own website and would
    like to learn where you got this from or just what the theme is named.
    Many thanks!

  2. It’s a shame you don’t have a donate button! I’d without a doubt donate to this
    fantastic blog! I guess for now i’ll settle for bookmarking and adding your RSS feed to my Google account.

    I look forward to brand new updates and will share this website with my Facebook group.
    Talk soon!

LEAVE A REPLY

Please enter your comment!
Please enter your name here