Home অসম ডিকম জাতীয় বিদ্যালয়ৰ আন্তঃফুটবল প্ৰতিযোগিতা

ডিকম জাতীয় বিদ্যালয়ৰ আন্তঃফুটবল প্ৰতিযোগিতা

140
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ ডিকম জাতীয় বিদ্যালয়ৰ বাৰ্ষিক কৰ্মসূচী অনুসৰি আজি বিদ্যালয়ৰ চাৰিটা ছাত্ৰ গোট (লাচিত, চ্যুকাফা, চিলাৰায় আৰু কুমাৰ ভাস্কৰ) ৰ মাজত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

ইকৰাতলী ন-ৰামধেনু সংঘৰ খেল পথাৰত অনুষ্ঠিত হোৱা আন্ত: ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় লাচিত আৰু চিলাৰায় দলৰ মাজত৷ লাচিত দলে ১-০ গ’লত চিলাৰায় দলক পৰাস্ত কৰি বিজয়ী হয়৷

এদিনীয়াকৈ অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাখন পৰিচালনা কৰে বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক ৰাতুল দুৱৰাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here