Home গুৱাহাটী পুনৰ ৰাজ্যসভালৈ যাব মনমোহন সিংঃ আজি ৰাজস্থানৰ পৰা মনোনয়ন

পুনৰ ৰাজ্যসভালৈ যাব মনমোহন সিংঃ আজি ৰাজস্থানৰ পৰা মনোনয়ন

102
4

দৈনন্দিন বাৰ্ত, ডিজিটেল ডেস্ক, নতুন দিল্লীঃ পুনৰ ৰাজ্যসভালৈ যাব প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং। এইবাৰ অসমৰ পৰা নহয়, কংগ্ৰেছ শাসিত ৰাজস্থানৰ পৰা মনোনয়ন দাখিল কৰিব। প্ৰাপ্ত তথ্য মতে, ১৩ আগষ্টত অনুষ্ঠিত হ’ব লগা ৰাজস্থানৰ এখন ৰাজ্যসভাৰ আসনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব।

এই আসনখনত বিজেপিৰ সদস্য মদনলাল চাইনী আছিল যদিও কিছুদিনৰ পূৰ্বে তেওঁৰ মৃত্যু হৈছিল। সেয়েহে ১৪ আগষ্টলৈকে মনোনয়ন দাখিলৰ অন্তিম সীমাত আছে আৰু ২৬ আগষ্টৰ দিনা ভোটগ্ৰহণ তথা সেইদিনাই ফলাফল ঘোষণা কৰাৰ কথা। কিন্তু ৰাজস্থানৰ দুশজনীয়া বিধানসভাত বৰ্তমান কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ লগতে চৰকাৰলৈ বিএছপি আৰু একাধিক নিদ্দলীয় সদস্যই সমৰ্থন জ্ঞাপন কৰিছে।

সেয়েহে অনায়াসে তেওঁ নিৰ্বাচিত হোৱাটো নিশ্চিত। উল্লেখ্য যে ১৯৯১ ৰ পৰা ২০১৯ লৈকে অসমৰ ৰাজ্যসভাৰ সদস্য হৈ থকা মনমোহন সিঙে দুবাৰকৈ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।

4 COMMENTS

  1. We’re having coffee at Nylon Coffee Roasters on Everton Park in Singapore.
    I’m having black coffee, he’s possessing a cappuccino. He is handsome.
    Brown hair slicked back, glasses that are great for his face, hazel eyes and the prettiest lips I’ve seen. They are well-built, with incredible arms along with a chest that is
    different with this sweater. We’re standing in front of one
    another referring to us, what we wish into the future,
    what we’re seeking on another person. He starts saying that bigger been rejected lots of times.

    ‘Why Andrew? You’re so handsome. I’d never reject you ‘, I have faith that He smiles at
    me, biting his lip.

    ‘Oh, I do not know. Everything happens for a good reason right.
    But figure out, would you reject me, would you Ana?’ He said.

    ‘No, how could I?’ , I replied

    “So, you would not mind if I kissed you right now?’ he stated as I recieve better him and kiss him.

    ‘Next occasion don’t ask, accomplish it.’ I reply.

    ‘I enjoy the method that you think.’ , he said.

    For the time being, I start scrubbing my hindfoot in the leg, massaging it slowly. ‘Exactly what do you enjoy girls? And, Andrew, don’t spare me the details.’ I ask.

    ‘I enjoy determined women. Someone that knows whatever they want. A person who won’t say yes even if I said yes. Someone who’s unafraid when attemping a new challenge,’ he says. ‘I’m never afraid of trying new stuff, especially in regards to making a new challenge in the sack ‘, I intimate ‘And I enjoy women that are direct, who cut from the chase, like you just did. To get
    honest, it really is a huge turn on.

LEAVE A REPLY

Please enter your comment!
Please enter your name here