Home মুখ্য পৃষ্ঠা বাংলাদেশলৈ নিৰ্বাচিত অসমৰ খেলুৱৈ

বাংলাদেশলৈ নিৰ্বাচিত অসমৰ খেলুৱৈ

277
0

বাংলাদেশলৈ নিৰ্বাচিত অসমৰ খেলুৱৈ

দৈনন্দিন বাৰ্তাLIVE@(দীপ জ্যোতি শইকীয়া )জিলা প্ৰতিনিধি,নগাঁও,২২ নৱেম্বৰ : নগাঁৱৰ নাইটছ সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰৰ ৰিপুঞ্জয় কলিতা অাৰু ৰাজা ৰয়ে ডিচেম্বৰত বাংলাদেশত অনুষ্ঠিত হব লগা ইণ্টাৰনেচনেল মাৰচিয়েল অাট চেম্পিয়ন শ্বীপ প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিদ্বন্দিতা কৰাৰ সুবিধা লাভ কৰিছে।প্ৰতিযোগিতাখন ২৫ ৰ পৰা ২৮ ডিচেম্বৰলৈকে অনুস্থিত হব।ভভিনাম সমৰকলা ৰাজ্যিক নিৰ্বাচিত হৈছে।তেঁওলোক হ’ল নানচি নাৰ্জাৰি,পিংকী নাৰ্জাৰী অাৰু পুৰ্ণিমা খান।অানহাতে,২০১৮ চনৰ উত্তৰ প্ৰদেশৰ লক্ষৌত অনুষ্ঠিত হ’ব লগা ৬৩ সংখ্যক ৰাষ্টীয় স্কুল ক্ৰীড়াৰ ভভিনাম সমৰ কলাত অংশ গ্ৰগণৰ বাবে নগাঁও জিলাৰ পৰা ৫ গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে।নিৰ্বাচিত খেলুৱৈ সকল হ’ল অনুৰাগ লস্কৰ,মল্লিকা দাস,তন্ময় দেৱ চৌধুৰী,স্নেহা বৰকাকতি অাৰি মন মাধুৰ্য লস্কৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here