Home অসম ২০ গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়াললৈ ৫০ হেজাৰকৈ এককালীন সাহায্য

২০ গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়াললৈ ৫০ হেজাৰকৈ এককালীন সাহায্য

451
3

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ দেশৰ স্বাধীনতা দিৱস উপলক্ষে শিল্পীৰ পৰিয়াললৈ চৰকাৰে আগবঢ়োৱা এককালীন সাহায্য লাভ কৰা শিল্পী পৰিয়ালৰ নাম সোমবাৰে ঘোষণা কৰে। ৫০ হেজাৰ টকাৰ এককালীন সাহায্য ২০ টা শিল্পী পৰিয়াললৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ঘোষণা কৰা এককালীন সাহায্য লাভ কৰা শিল্পী পৰিয়াল ২০ টা হ’ল– শোণিতপুৰৰ দুৰ্লভ চন্দ্ৰ শইকীয়াৰ হৈ মাখনী শইকীয়া, নলবাৰীৰ বিপুল বশিষ্ঠ গোস্বামীৰ হৈ কবিতা ভট্টাচাৰ্য, নলবাৰীৰ কৰুণাকান্ত দাসৰ হৈ অবলা দাস (পত্নী), কামৰূপ (মেট্ৰ’)ৰ তপন বৰদলৈৰ হৈ পত্নী বিনু দেৱী, কামৰূপ (গ্ৰাম্য)ৰ দিলীপ নায়কৰ হৈ পত্নী ঊষা ডেকা নায়ক, কামৰূপ (মেট্ৰ)ৰ অধ্যাপক শৈলেন শইকীয়াৰ হৈ সবিতা শইকীয়া, কামৰূপ (মেট্ৰ) বিষ্ণুপ্ৰসাদ বৰুৱাৰ হৈ মণিমালা বৰুৱা, মাজুলীৰ অৰুণ কাকতিৰ হৈ মিনতী কাকতি, নগাঁৱৰ প্ৰসন্ন ভূঞাৰ হৈ মামনী ভূঞা, কামৰূপ (মেট্ৰ)ৰ আজিম হাজৰিকাৰ হৈ ৰুজেদা হাজৰিকা, বিশ্বনাথ চাৰিআলিৰ কৃতি কুমাৰ শৰ্মাৰ হৈ জীয়ৰী জ্যোতি শৰ্মা, নলবাৰীৰ সৰ্বেশ্বৰ মেধিৰ হৈ যশোদা মেধি, বৰপেটাৰ গদাধৰ দাস সূত্ৰধৰৰ হৈ দেৱীবালা দাস সূত্ৰধৰ, বৰপেটাৰ অনন্তৰাম দাসৰ হৈ জ্ঞানদাৱালা দাস, কামৰূপ (গ্ৰাম্য)ৰ প্ৰদীপ দত্তৰ হৈ ঊষা দত্ত, অজিত ভূঞাৰ হৈ ৰামিলা ভূঞা, কামৰূপ (এম)ৰ শিৱপ্ৰদাস ঠাকুৰৰ হৈ নিজৰা ঠাকুৰ, যোৰহাটৰ ৰমণী খাউণ্ডৰ হৈ ৰূপা খাউণ্ড, নলবাৰীৰ হৰেশ্বৰ পাঠকৰ হৈ গিতিকা পাঠক আৰু কামৰূপ (এম)ৰ তৰুণ চন্দ্ৰ দাসৰ হৈ অৰুন্বুূতী দত্তই এই এককালীন সাহায্য লাভ কৰিব।

3 COMMENTS

  1. I have to thank you for the efforts you’ve put in writing this site.

    I really hope to view the same high-grade content by you in the future as well.
    In fact, your creative writing abilities has motivated me
    to get my very own website now 😉

Leave a Reply to new type of snorkel mask Cancel reply

Please enter your comment!
Please enter your name here