Home অসম বিশ্বনাথত সুধাকণ্ঠৰ ওপজা দিন উদযাপন

বিশ্বনাথত সুধাকণ্ঠৰ ওপজা দিন উদযাপন

57
0
জন্ম ৮ ছেপ্টেম্বৰ. ১৯২৬ শদিয়া, অসম মৃত্যু ৫ নৱেম্বৰ ২০১১ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত পেচা গীতিকাৰ, সুৰকাৰ, গায়ক আৰু চলচিত্ৰ নিৰ্মাতা আৰু পৰিচালক ৰাষ্ট্ৰীয়তা ভাৰতীয় উল্লেখযোগ্য বঁটা পদ্মশ্ৰী সংগীত নাটক একাডেমী পুৰস্কাৰ দাদাচাহেব ফাল্‌কে পুৰস্কাৰ অসম ৰত্ন পদ্ম ভূষণ দাম্পত্যসংগী প্ৰীয়ম হাজৰিকা (m. 1950–63) সহযোগী কল্পনা লাজমী সন্তান তেজ ভূপেন হাজৰিকা

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, বিশ্বনাথ চাৰিআলিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো বিশ্বনাথ চাৰিআলি যোগ কেন্দ্ৰৰ উদ্যোগত সুধাকণ্ঠ, ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ৯৩ তম ওপজা দিন উদ্যাপন কৰা হয়। বিশ্বনাথৰ গ্লোবেল একাডেমিৰ চৌহদত আয়োজন কৰা ওপজা দিনত বন্তি প্ৰজ্বলন কৰে বিশ্বনাথৰ বিশিষ্ট লেখক, নাট্যকাৰ তথা সাংবাদিক তৰুণ শইকীয়াই।

ভাৰতৰত্ন ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলী অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে গুণমুগ্ধ সকলে। ভাৰতৰত্ন ভূপেন হাজৰিকাৰ এই জন্ম দিনৰ লগতে বিশ্বনাথৰ বিভিন্ন স্থানৰ কণ কণ শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে বিশ্বনাথ যোগ কেন্দ্ৰৰ মহিলাসকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here