Home অসম ভৱানীপুৰত যুৱ-ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ভৱানীপুৰত যুৱ-ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

18
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, ভৱানীপুৰঃ সুধাকণ্ঠৰ জন্মদিন। গোটেই অসমজুৰি সকলোৱে পালন কৰিছে এই পবিত্ৰ দিনটো। বৰপেটা জিলাৰ ভৱানীপুৰতো পালন কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ভৱানীপুৰ আঞ্চলিক সমিতিয়ে ভূপেন হাজৰিকাদেৱৰ জন্মদিন উপলক্ষে সন্ধিয়া অস্থায়ী কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভৱানীপুৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিৰ লগতে যুৱ-ছাত্ৰ পৰিষদ ভৱানীপুৰ আঞ্চলিক সমিতিৰ উপদ্দেষ্টা শশী মেধি, ভাৰপ্ৰাপ্ত সভাপতি-সম্পাদকক্ৰমে সঞ্জীৱ দাস, নয়ন কলিতাকে ধৰি অৰ্ধশতাধিক সদস্য উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here