Home Breaking কাশ্মীৰ প্ৰসংগত চৰকাৰক সমৰ্থন জমিয়তৰ

কাশ্মীৰ প্ৰসংগত চৰকাৰক সমৰ্থন জমিয়তৰ

28
0

নতুন দিল্লীঃ কাশ্মীৰৰ পৰা চৰকাৰে সংবিধানৰ ৩৭০ অনুেচ্ছদ বিলোপ কৰাৰ বিষয়টোক লৈ পাকিস্তান সৰৱ হৈ পৰাৰ সময়তে শীৰ্ষ ইছলামিক সংস্থা জমিয়ত উলেমা ই হিন্দে কাশ্মীৰ প্ৰসংগত ভাৰতক পূৰ্ণ সমৰ্থন জনাইছে। জমিয়তে কাশ্মীৰৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত সঠিক সময়ত সঠিক ভাৱে লোৱা সিদ্ধান্ত বুলি তাৎপৰ্যপূৰ্ণমন্তব্য আগবঢ়াইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here