Home মুখ্য পৃষ্ঠা ছিংগাপুৰত থাৰ্মেল কেমেৰাৰে ধুমপায়ীক চিনাক্তকৰণৰ ব্যৱস্থা

ছিংগাপুৰত থাৰ্মেল কেমেৰাৰে ধুমপায়ীক চিনাক্তকৰণৰ ব্যৱস্থা

43
0

ছিংগাপুৰঃ ধুমপান এতিয়া বিশ্বৰ বিভিন্ন অঞ্চলৰ লগতে ছিংগাপুৰবাসীৰ বাবেও এক বৃহৎ সমস্যা হৈ পৰিছে। এনেক্ষেত্ৰত চিগাৰেট খোৱা লোকক চিনাক্ত কৰিবলৈ ছিংগাপুৰৰ প্ৰশাসনে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

সেই মৰ্মে প্ৰশাসনে চহৰখনৰ বিভিন্ন স্থানত এক বিশেষ ধৰণৰ কেমেৰা সংযোগ কৰিব। থাৰ্মেল কেমেৰা নামেৰে পৰিচিত এই কেমেৰাই চিগাৰেট খাই থকা লোকৰ ছবি সংগ্ৰহ কৰিব আৰু সেই ছবি নিয়ন্ত্ৰণ কক্ষলৈ প্ৰেৰণ কৰিব। নিয়ন্ত্ৰণ কক্ষত বহি থকা লোকে লগে লগে তেনে লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here