Home মুখ্য পৃষ্ঠা ৬০ বছৰ গৰকিলে দূৰদৰ্শনে

৬০ বছৰ গৰকিলে দূৰদৰ্শনে

47
0

নতুন দিল্লীঃ ৬০ বছৰত ভৰি দিলে দূৰদৰ্শনে। ১৯৫৯ চনত স্থাপন কৰা হৈছিল ভাৰতৰ প্ৰথমটো টেলিভিশ্যন চেনেল দূৰদৰ্শন। ভাৰতৰ টেলিভিশ্যন জগতত এক সোণালী অধ্যায় সৃষ্টি কৰা দূৰদৰ্শনে দেশবাসীক মনোৰঞ্জনৰ লগতে সংবাদ তথা অন্যান্য বহু শিতানেৰে সেৱা আগবঢ়াই আহিছে।

নিতৌ বাতৰি পৰিৱেশন কৰাৰ উপৰি আঞ্চলিক পৰ্যায়ত বাতৰি পৰিৱেশনৰ এক ধাৰা সৃষ্টি কৰা দূৰদৰ্শনে মনোৰঞ্জনমূলক বাতৰিৰ উপৰি ক্ৰীড়াৰ বাতৰি প্ৰচাৰ কৰি ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়।

প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শশী শংকৰ ভেমপটিয়ে কয়- দূৰদৰ্শনে কেৱল ৬০ বছৰ অতিক্ৰম কৰাই নহয়, ভাৰতৰ টেলিভিশ্যন সম্প্ৰচাৰণত ৬ টা দহক গৰকী এক মাইলৰ দহক স্থাপন কৰিলে। আনহাতে দূৰদৰ্শনৰ সঞ্চালক প্ৰধান সুপ্ৰিয়া শ্বাহুৱে কয়- দূৰদৰ্শন হ’ল ভাৰতৰ ডিএনএ। গৌৰৱময় ৬০ টা বছৰ গৰকা দূৰদৰ্শনৰ এই জন্মদিনৰ সময়ত দেশৰ বহু লোকে

LEAVE A REPLY

Please enter your comment!
Please enter your name here