Home Breaking কাশ্মীৰত বি এছ এছ জোৱান সন্ধানহীন

কাশ্মীৰত বি এছ এছ জোৱান সন্ধানহীন

46
0

শ্ৰীনগৰঃ কাশ্মীৰৰ আৰ্নিয়া ছেক্টৰৰ আৰএছপুৰা অঞ্চলৰ পৰা এজন কৰ্তব্যৰত বি এছ এফ জোৱান সন্ধানহীন হয়। সন্ধানহীন জোৱানজনৰ সন্ধান উলিয়াবলৈ ইতিমধ্যে বিএছ এফে অভিযান আৰম্ভ কৰিছে। স্থানীয় লোকৰ মতে নৈৰ কোবাল সোতে বি এছ জোৱানজনক উটুৱাই নিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here