Home মুখ্য পৃষ্ঠা প্ৰদূষণে আক্ৰান্ত কৰিছে দেশৰ ঐতিহ্য

প্ৰদূষণে আক্ৰান্ত কৰিছে দেশৰ ঐতিহ্য

47
0

নতুন দিল্লীঃ ভাৰতীয় সভ্যতাৰ বাহকস্বৰূপ স্মৃতিসৌধসমূহো ভয়াৱহ ৰূপত আক্ৰান্ত হৈছে প্ৰদূষণৰ দ্বাৰা। বায়ু আৰু প্ৰদুষণৰ মাত্ৰ বৃদ্ধি পোৱাৰ ফলত চিমলা, হাছান, বাংগালুৰু, মহীশূৰ, কোট্টায়াম আৰু মাদুৰাইত থকা ৰাষ্ট্ৰীয় স্মৃতিসৌধসমূহৰ বাহিৰে দেশজুৰি থকা সকলোবোৰ স্মৃতিসৌধ ভয়াৱহভাৱে প্ৰদূষিত হৈ পৰিছে।

সমীক্ষাটোত কোৱা হৈছে যে দিল্লীৰ লালকিল্লা অথবা কুটুব মিনাৰ আৰু হায়দৰাবাদৰ বিখ্যাত চাৰমিনাৰ অথবা লক্ষ্নৌৰ বড়া ইমামবাৰা আদিৰ দৰে পৰ্যটকৰ কেন্দ্ৰবিন্দুসমূহ বিগত পাঁচ বছৰ ধৰি ভয়াৱহ প্ৰদূষণৰ কবলত পৰি পূৰ্বৰ সৌন্দৰ্যৰ ভালেখিনি ক্ষয় হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here