Home মুখ্য পৃষ্ঠা দেশৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ

দেশৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ

48
0
614994868

কলকাতাঃ শেহতীয়াকৈ দেশৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ হৈছে। বৰষুণৰ ফলত সেই ৰাজ্যসমূহত শীত প্ৰৱাহ বাৰুকৈয়ে সংহাৰী হৈ উঠা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ সাগৰীয় ধুমুহাৰ পিছতে হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বিহাৰৰ লগতে উত্তৰ প্ৰদেশৰো বিস্তৃৰ্ণ অঞ্চল প্লাবিত হৈ পৰিছে। বিহাৰৰ মুঠ বাৰখন জিলা ধাৰাষাৰ বৰষুণ আৰু বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

ৰাজ্যখনৰ একেদৰে তামিলনাডুতো তিনি দুই হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। আজিও ধাৰাষাৰ বৰষুণ অব্যাহত থকাৰ ফলত বিহাৰ চহৰৰ বিস্তৃৰ্ণ অঞ্চল পানীৰ তলতেই আছে। উত্তৰ প্ৰদেশচ হোৱা বানৰ ফলত কেইবাজনো লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে। উল্লেখ্য সাগৰীয় ধুমুহাৰ পাছতে ওড়িশা, তামিলনাডু আদি ৰাজ্যত বৰষুণ আৰম্ভ হৈছিল। ধুমুহাৰ ফলতো বহুকেইজন লোকে মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল।

শেহতীয়াকৈ আৰৱ সাগৰত সৃষ্টি হোৱা ধুমুহাই তামিলনাডু, বিহাৰ আদি ৰাজ্যত ব্যাপক সংহাৰ চলায়। উক্ত ৰাজ্য কেইখনত ধুমুহাৰ পিছতেই ধাৰাসাৰ বৰষুণ হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here