Home মুখ্য পৃষ্ঠা ড্ৰ’নৰ সহায়ত ভাৰতলৈ অস্ত্ৰৰ সৰবৰাহ পাস্তিানৰ নিয়াই কৰিব তদন্ত

ড্ৰ’নৰ সহায়ত ভাৰতলৈ অস্ত্ৰৰ সৰবৰাহ পাস্তিানৰ নিয়াই কৰিব তদন্ত

23
0

নতুন দিল্লীঃ পাক-ভাৰত সীমান্তৰ পাঞ্জাবেৰে পাকিস্তানে ড্ৰ’নৰ সহায়ত অস্ত্ৰৰ সৰবৰাহ কৰি থকাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

এনে সময়তে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই ড্ৰ’নৰ সহায়ত পাকিস্তানে অস্ত্ৰৰ সৰবৰাহ কৰাৰ বিষয়টো তদন্ত কৰিব বুলি আজি ঘোষণা কৰিছে।

উল্লেখ্য যোৱা ২২ ছেপ্টেম্বৰৰ দিনা ভাৰত-পাক সীমান্তৰ পঞ্জাবত পাকিস্তানে প্ৰেৰণ কৰা এখন ড্ৰ’ন চিনাক্ত কৰিবলৈ সক্ষম হৈছিল বি এছ এফে।

ড্ৰ’নখনত পাকিস্তান জিন্দাবাদ ধবনি লিখা থকাৰ লগতে খালিস্তানী সন্ত্ৰাসবাদীৰ সপক্ষেও কেতবোৰ বাক্য লিখা আছিল। ইয়াৰ পিছতে পঞ্জাব সীমান্তত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here