Home মুখ্য পৃষ্ঠা অনুৰাগ গোষ্ঠীৰ উদ্যোগত দেৰগাওঁত হাতে লিখা আলোচনী প্ৰতিযোগিতা 

অনুৰাগ গোষ্ঠীৰ উদ্যোগত দেৰগাওঁত হাতে লিখা আলোচনী প্ৰতিযোগিতা 

252
0

অনুৰাগ গোষ্ঠীৰ উদ্যোগত দেৰগাওঁত হাতে লিখা আলোচনী প্ৰতিযোগিতা 

দৈনন্দিন বাৰ্তা LIVE@দেৰগাওঁ ২৩ নৱেম্বৰ : দেৰগাওঁৰ অনুৰাগ গোষ্ঠীৰ উদ্যোগত দেৰগাওঁ ৰাজহ চক্ৰৰ অন্তগৰ্ত বিদ্যালয় সমূহৰ হাতে লিখা আলোচনী এক প্ৰতিযোগিতা আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে, অনুৰাগ গোষ্ঠীৰ কৰ্ম কৰ্তা সকলে,পঞ্চম শ্ৰেণীৰ পৰা অষ্টম আৰু নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ দুটা শাখাত ,আকৰ্ষণীয় নগদ ধনৰ পুৰস্কাৰ দিহা কৰা হৈছে, লেখা সমূহ অহা ১৫ ডিচেম্বৰৰ ভিতৰত প্ৰেৰণ কৰিবলৈ জনাইছে অনুৰাগ গোষ্ঠীৰ সভাপতি নুৰুল চুলতানে। আলোচনী সমূহ ভাস্কৰজোতি বৰদলৈ ,ইন্দ্ৰভূষণ মহন্ত সম্পাদক অনুৰাগ গোষ্ঠী দেৰগাওঁ মাৰফৎত তুষ্টি মেডিকেল ,দেৰগাওঁ, জিলা গোলাঘাট এই ঠিকনাত প্ৰেৰণ কৰিব লাগিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here