Home মুখ্য পৃষ্ঠা নগৰবেৰাত বিশ্বজনীন উষ্ণ আৰু পাৰিপাৰ্শিক আইন-১৯৮৬ শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন-

নগৰবেৰাত বিশ্বজনীন উষ্ণ আৰু পাৰিপাৰ্শিক আইন-১৯৮৬ শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন-

76
0

নগৰবেৰাত বিশ্বজনীন উষ্ণ আৰু পাৰিপাৰ্শিক আইন-১৯৮৬ শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন-

নগৰবেৰাঃ-২৪নবেম্বৰঃ- কামৰূপ ন্যায় বিভাগ¸আমিন গাঁৱৰ উদ্যোগত আৰু নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয় ৰাজনীতি বিভাগৰ সহযোগত অহা ২৫নবেম্বৰত।মহাবিদ্যালয় সভা কক্ষত বিশ্বজনীন উষ্ণ আৰু পাৰিপাৰ্শিক আইন১৯৮৬ শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে।বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড’বিভূতি ভূষন পাণ্ডাই সঞ্চালনা কৰা আলোচনা চক্ৰ খনিত কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশ আকতাৰ  ফান আলী বৰা¸মূখ্য ন্যায়িক দণ্ডাধীশ ৰফিক আহমেদ টাপাদাৰ¸মন্সিফ এনি বৰুৱা¸ৰঙিয়াৰ মন্সিফ হিমাদ্ৰী শৰ্মা আৰু হাজোৰ ন্যায়িক দণ্ডাধীশ পূজা দেৱী আদিয়ে অংশ গ্ৰহন কৰিব।উল্লেখ্য যে আলেচনা চক্ৰ খনিত মূল বক্তব্য প্ৰদান কৰিব গুৱাহাটী বিশ্ব বিদ্যালয়ৰ আইন বিভাগৰ অধ্যাপক তথা নৱ নিযুক্ত অসমৰ এডভোকেট জেনেৰেল ড’ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোঁহাইয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here