Home মুখ্য পৃষ্ঠা * প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত ৪০ কংগ্ৰেছীৰ বিজেপিত যোগদান*

* প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত ৪০ কংগ্ৰেছীৰ বিজেপিত যোগদান*

96
0

* প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত ৪০ কংগ্ৰেছীৰ বিজেপিত যোগদান*

দৈনন্দিন বাৰ্তা LIVE@মৰঙি, ২৬ নবেম্বৰঃ* আজি গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত পংকাত ভাৰতীয় জনতা পাৰ্টীৰ মৰঙি মণ্ডলৰ এখন সাংগঠনিক সভাৰ লগতে “প্ৰধানমন্ত্ৰী মন কী বাত” অনুষ্ঠান আয়োজন কৰা হয় ৷ প্ৰমোদ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ভাৰতীয় জনতা পাৰ্টীৰ কেইবাজনো নেতৃস্থানীয় ব্যক্তি উপস্থিত আছিল ৷ সভাত উপস্থিত থাকে উপ সভাপতি দীপক ৰঞ্জন শইকীয়া, মণ্ডল সম্পাদক সুজিত বৰা, চাহ মৰ্চাৰ মণ্ডল সভাপতি মনোজ কুৰ্মী,মহিলা মৰ্চাৰ সভানেত্রী মীনাক্ষী বৰদলৈ, জিলা মহিলা মৰ্চাৰ সম্পাদিকা পূৰবী শৰ্মা, যুৱ মৰ্চাৰ সম্পাদক জানমণি দত্ত আদি ব্যক্তিসকল উপস্থিত থাকে ৷ আৰু সেই সভাতেই ৪০ জন কংগ্ৰেছৰ পৰা অহা সদস্যই বিজেপিত যোগদান কৰে বুলি যুৱ মৰ্চাৰ সম্পাদকগৰাকীয়ে জানিবলৈ দিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here