Home মুখ্য পৃষ্ঠা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদকৰ মটৰ চাইকেল চুৰি

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদকৰ মটৰ চাইকেল চুৰি

118
0

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদকৰ মটৰ চাইকেল চুৰি

দৈনন্দিন বাৰ্তা LIVE@ডিগবৈৰ ৰুণু হাজৰিকা,২৭ নবেম্বৰ :ডিগবৈ আৰক্ষী থানাৰ অন্তগত বালিজান গাঁৱৰ নিবাসী তথা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদক, ডিগবৈ প্ৰেছ ক্লাৱৰ উপ সভাপতি মনোৰঞ্জন দাসৰ বাসগৃহৰ পৰা দাসৰ ব্যক্তিগত As 23 M 4462 নম্বৰৰ চুপাৰ স্প্লেণ্দাৰ মটৰ চাইকেল খন যোৱা নিশা কোনো চুৰি চক্রই চুৰি কৰি লৈ যায় ৰঙা ৰঙৰ মটৰ চাইকেলখন ।দাসে ডিগবৈ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ।আৰক্ষীয়ে ইতিমধ্যে থানথান 238/17 নম্বৰত ভাৰতীয় আই 379 ধাৰাত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here