Home মুখ্য পৃষ্ঠা গংগাধৰ নদীৰ গৰাখহনীয়াৰ ৰুদ্ধ মুৰ্তিয়ে নিদ্ৰাহৰণ কৰিছে নৈপৰীয়া ৰাইজৰ, প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ...

গংগাধৰ নদীৰ গৰাখহনীয়াৰ ৰুদ্ধ মুৰ্তিয়ে নিদ্ৰাহৰণ কৰিছে নৈপৰীয়া ৰাইজৰ, প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ অভিযোগ ৰাইজৰ

197
0

গংগাধৰ নদীৰ গৰাখহনীয়াৰ ৰুদ্ধ মুৰ্তিয়ে নিদ্ৰাহৰণ কৰিছে নৈপৰীয়া ৰাইজৰ, প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ অভিযোগ ৰাইজৰ 

দৈনন্দিন বাৰ্তাLIVE@গোলকগজৰ পৰা আলতাফ হোছেন,গোলকগজ্ঞ–২৮ নৱেম্বৰ:: ধুবুৰী জিলাৰ ভাৰত – বাংলাদেশ সীমান্তৰ ধুবুৰী বিধান সভা সমস্টিৰ অন্তৰ্গত বিন্নাছাৰা তৃতীয় আৰু চতুৰ্থ খণ্ড গাঁৱ অঞ্চলত গংগাধৰ নদীৰ গৰাখহনীয়াৰ ৰুদ্ৰ মুৰ্তিয়ে নিদ্ৰাহৰণ কৰিছে বিন্নাছাৰা বাসী ৰাইজৰ । ঘটনাৰ বিবৰণি মতে, যোৱা এমাহ ধৰি গংগাধৰ নদীৰ প্ৰৱল খহনীয়াই একশ চল্লিশ ঘৰ মানুহ গৃহহীন হৈছে । বিন্নাছাৰা গাঁৱৰ কে ডি পথ ছোৱা নদীৰ গৰাখহনীয়াই প্ৰায় অস্তিত্ব নাই কিয়া হৈছে । বৰ্তমান উক্ত পথ ছোৱাৰ হাইটেছ কম্পানীয়ে বাহৰ পাৰ্কুপাইন পেলাই আছে যদিও বৰ্তমানে খহনীয়াই ৰোধ কৰিব পৰা নাই । ভাৰত বাংলাদেশ সীমান্তত যদি গৰাখহনীয়া অব্যাহত থাকে বাংলাদেশৰ চৰণীয়া পথাৰ হৈ পৰিব বুলি দাবী উত্থাপন কৰিছে । চৰকাৰে ইয়াৰ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ।

 

9508170250

LEAVE A REPLY

Please enter your comment!
Please enter your name here