Home মুখ্য পৃষ্ঠা বিহালীত মুখ্যমন্ত্ৰী জুমুঠি দাহ

বিহালীত মুখ্যমন্ত্ৰী জুমুঠি দাহ

177
0

বিহালীত মুখ্যমন্ত্ৰী জুমুঠি দাহ

 

দৈনন্দিন বাৰ্তা LIVE বিহালী ২৮ নৱেম্বৰ -: আজি বিহালী আঞ্চলিক ছাত্ৰ মুক্তি উদ্যোগত বৰগাং চেন্টাত প্ৰতিবাদ সাব্যস্ত কৰে । আমচাং উচ্ছেদৰ বিৰোধীতা প্ৰতিবাদত সংগঠনটো সদস্যই অসমৰ মুখ্যমন্ত্ৰী গৰাকীক জুমুঠি দাহ কৰি উচ্ছেদ বন্ধ দাবী জনাই ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here