Home মুখ্য পৃষ্ঠা তেজপুৰৰ ফটো সাংবাদিকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ

তেজপুৰৰ ফটো সাংবাদিকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ

152
0

তেজপুৰৰ ফটো সাংবাদিকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ

দৈনন্দিন বাাাৰ্তাLive@(বিশেষ প্ৰতিনিধি )বিশ্বনাথ চাৰিআলিৰ ২৮ নৱেম্বৰ -: News18 Northeastঅসমৰ তেজপুৰৰ ফটো সাংবাদিক অপূৰ্ব জ্যোতি পটঙ্গীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ বিশ্বনাথ জিলা সমিতি আৰু বিহালী প্ৰেছ ক্লাৱে । সাংবাদিক সুৰক্ষা মঞ্চ বিশ্বনাথ জিলা সম্পাদক ভুপেন বৰা সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতি মুখ্য সাংগঠনিক সম্পাদক শ্ৰীমন্ত দাসে প্ৰেৰণ কৰা সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতিত উল্লেখ কৰে যে যুৱ সাংবাদিক গৰাকীৰ মৃত্যুত সাংবাদিক সুৰক্ষা মঞ্চ অসম বাৰুকৈয়ে মৰ্মাহত হৈছে। ইফালে বিহালী প্ৰেছ ক্লাৱ সভাপতি বিৰেন্দ্ৰ নাথ গোস্বামী সম্পাদক দিগন্ত কুমাৰ দাস ,প্ৰাক্তন সভাপতি ভুৱন লুইটেল ,সাংবাদিকক খগেন মটক , ত্ৰিদীপ দাস , অভিষেক বৰুৱা লগতে ক্লাৱৰ প্ৰতি গৰাকী সদস্যই সাংবাদিক গৰাকীৰ মৃত্যুৰ গভীৰ শোক প্ৰকাশ কৰা লগতে সাংবাদিক গৰাকী আত্মাৰ চিৰশান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here