Home মুখ্য পৃষ্ঠা ডিগবৈত কম্বলৰ ৰাজনীতি বিজেপিৰ

ডিগবৈত কম্বলৰ ৰাজনীতি বিজেপিৰ

255
0

ডিগবৈত কম্বলৰ ৰাজনীতি বিজেপিৰ

দৈনন্দিন বাৰ্তা LIVE@ ডিগবৈৰ পৰা ৰুণু হাজৰিকা, ২৯ নৱেম্বৰ  : পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক:মূ মুহূৰ্তত  পুনৰ ডিগবৈত কম্বল ৰাজনীতি । কংগ্ৰেছে এৰি যোৱা কম্বল তুলি নিলে ডিগবৈ বিজেপিয়ে। সাংসদ ৰামেশ্বৰ তেলীৰ নেতৃত্বত ডিগবৈত আৰম্ভ ভোট কিনা ৰাজনীতি । হস্ততাঁত বস্ত্ৰ শিল্প প্ৰশিক্ষণ কেন্দ্ৰৰ গুদাম গৃহৰ পৰা বিজেপি কৰ্মীয়ে ডাম্পাৰে ডাম্পাৰে
কঢ়িয়ালে কম্বল। কম্বল ৰাজনীতিক লৈ গৰম এতিয়া ডিগবৈ সমষ্টি ।বিজেপি নেতৃত্বাধীন চৰকাৰে বিলাব কম্বল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here