Home মুখ্য পৃষ্ঠা এটি সুখবৰ …..

এটি সুখবৰ …..

164
0

এটি সু-খবৰ

 

অসমবাসীৰ বাবে এটি সুখবৰ ৷ অসমৰ স্বনামধন্য শংকৰী পণ্ডিত, সমাজ সংস্কাৰক, শংকৰদেৱ বটা প্ৰাপক , এক শৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য প্ৰয়াত আচাৰ্য ইলাৰাম দাস বাপঈশ্বৰৰ আত্মজীৱনীৰ ওপৰত ৰচিত এটি লেখা কাশ্মীৰৰ এখন জনপ্ৰীয় আলোচনী “News Kashmir Magazine” ত প্ৰকাশিত হৈছে ৷ লেখাটি  প্ৰেৰণ কৰিছিল বিশিষ্ট সমাজকৰ্মী, চিকিৎসক ডা° অম্লান দাসে ৷  বাপঈশ্বৰৰ মহান ব্যক্তিত্বক ৰাষ্ট্ৰীয় দৰবাৰত প্ৰচাৰ কৰাৰ বাবে উতফুল্লিত হৈছে এক শৰণ ভাগৱতী সমাজকে ধৰি বিভিন্ন দল সংগঠণ ৷ আলোচনীখনিৰ ৱেবচাইটতো দিয়া হৈছে –

www.newskashmirmagazine.com

 

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here