Home মুখ্য পৃষ্ঠা অসমৰ ভূমিত কেৱল অসমৰ ৰাইজৰ অধিকাৰ ; গেলেকীত হুংকাৰ আলোচনাপন্থী আলফা নেতাৰ

অসমৰ ভূমিত কেৱল অসমৰ ৰাইজৰ অধিকাৰ ; গেলেকীত হুংকাৰ আলোচনাপন্থী আলফা নেতাৰ

267
0

গেলেকীত হুংকাৰ আলোচনাপন্থী আলফা নেতাৰ, অসমৰ ভূমিত কেৱল অসমৰ ৰাইজৰ
অধিকাৰ 

দৈনন্দিন বাৰ্তাLive@ মেছাগড় ,(পংকজ মহন্ত) ৪ ডিচেম্বৰ :নাজিৰা মহকুমা অন্তৰ্গত
অসম-নগালেণ্ড সীমান্তৱৰ্তী গেলেকীত উপস্থিত হৈ হুংকাৰ দিছে আলোচনাপন্থী
আলফা নেতা জিতেন দত্তই কয় যে অসমৰ ভূমিত কেৱল অসমৰ খিলঞ্জীয়া ৰাইজৰ
অধিকাৰ আছে আৰু ভৱিষ্যতেও থাকিব ।কোনো কাৰণতে অসমৰ ভূমি সংকোচিত কৰিবলৈ
দিয়া নহ’ব,লগতে তেওঁ অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰক নাগালিম ফ্ৰেমৱৰ্ক
ৰাজহুৱা কৰিবলৈ দাবী জনায়।অসমৰ সীমান্তৱৰ্তী ৰাইজৰ শান্ন্তি ,নিৰাপত্তা
নিশ্চিত কৰা পোষকতা কৰে,উক্ত সীমান্ত এলেকা পৰিদৰ্শনকালত আলোচনাপন্থী
আলফানেতা প্ৰবাল নেওঁগসহ বহুকেইটা দল সংগঠনে কাৰ্যসূচীত অংশগ্ৰহণ
কৰে,প্ৰয়োজনত জংগী আন্দোলন গঢ়া হুংকাৰ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here