Home মুখ্য পৃষ্ঠা বটদ্ৰৱাৰ ভোমোৰাগুৰি নিবাসী যতীন বৰাৰ মৃত্যু

বটদ্ৰৱাৰ ভোমোৰাগুৰি নিবাসী যতীন বৰাৰ মৃত্যু

69
0

বটদ্ৰৱাৰ ভোমোৰাগুৰি নিবাসী যতীন বৰাৰ মৃত্যু:

দৈনন্দিন বাৰ্তাLive@(দিলদাৰ হুছেইন),টুকটুকী;৫ ডিচেম্বৰ: নগাঁও জিলাৰ বটদ্ৰৱা ভোমোৰাগুৰি গাঁও নিবাসী যতীন বৰাৰ যোৱা কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিতসালয়ত মৃত্যু হয়| জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী ৫১ বছৰীয়া যতীন বৰাৰ যোৱা কিছুদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিতসাধীন হৈ আছিল| যতীন বৰাৰ মৃত্যুত জনস্বস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কমল মেধী, সহকৰ্মী ৰঞ্জিত মহন্তকে প্ৰমুখ্য কৰি বিভিন্নজনে শোক প্ৰকাশ কৰিছে| মৃত্যুৰ সময়ত বৰাই পত্নী, দুই পুত্ৰ সহ অসংখ্য ইষ্ট-কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়|

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here