Home মুখ্য পৃষ্ঠা ১১ জন ACS-APS বিষয়াক গ্ৰেপ্তাৰ

১১ জন ACS-APS বিষয়াক গ্ৰেপ্তাৰ

136
0

১১ জন ACS-APS বিষয়াক গ্ৰেপ্তাৰ

বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ বিষয়াসকলক

জালিয়াতিৰে চাকৰি লোৱাৰ অভিযোগ

২৫জন বিষয়াৰ বিৰুদ্ধে উঠিছিল অভিযোগ

ফৰেনছিকলৈ পঠিওৱা হৈছিল উত্তৰ বহী

গ্ৰেপ্তাৰ দৰঙৰ চক্ৰ বিষয়া পল্লৱিকা শৰ্মা চৌধুৰী

শিৱসাগৰৰ ACS বিষয়া দীপক খনিকৰ

হামৰেনৰ নিৰ্বাচনী বিষয়া দেৱজিত্‍ বৰা

লখিমপুৰৰ চক্ৰ বিষয়া অনিৰুদ্ধ ৰয়

আগমনিৰ চক্ৰ বিষয়া হিমাংশু চৌধুৰী

12th APBnৰ সহঃ কমাণ্ডেণ্ট ছাব্বিৰ ইমৰান

7th APBnৰ সহঃ কমাণ্ডেণ্ট জয়ন্ত কুমাৰ নাথ

গুৱাহাটীৰ সীমান্ত শাখাৰ Dy. SP হৰ্ষজ্যোতি বৰা

যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক হেমন্ত শইকীয়া

গ্ৰেপ্তাৰ সুদীপ্তা গোস্বামী ভট্টাচাৰ্য

কৰিমগঞ্জৰ নিয়োগ বিষয়া সুদীপ্তা ভট্টাচাৰ্য       

শোণিতপুৰৰ নিয়োগ বিষয়া অমৰজিত্‍ দাস

ধৃত বিষয়াক বিশেষ শাখাত মাৰাথন জেৰা

LEAVE A REPLY

Please enter your comment!
Please enter your name here