Home মুখ্য পৃষ্ঠা পুৰণিগুদামত আধুনিক নৃত্য কৰ্মশালাৰ আয়োজন

পুৰণিগুদামত আধুনিক নৃত্য কৰ্মশালাৰ আয়োজন

120
0

পুৰণিগুদামত আধুনিক নৃত্য কৰ্মশালাৰ আয়োজন

(দিব্যজ্যোতি ভূঞা)নিজা প্ৰতিবেদক, চামগুৰি, 15 ডিচেম্বৰ:–
নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ অগ্ৰণী নৃত্যানুষ্ঠান “অংগাভিনয়”ৰ উদ্যোগত অহা 16 ডিচেম্বৰৰ পৰা 3 জানুৱাৰীলৈ এটি আধুনিক নৃত্য কৰ্মশালাৰ আয়োজন কৰা হৈছে৷ পুৰণিগুদাম ড’ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত প্ৰতিদিনে বিয়লি এক বজাৰ পৰা 4-30 বজালৈ  অনুষ্ঠিত হ’বলগীয়া আধুনিক নৃত্যৰ কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক  87618-18164 নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here