Home মুখ্য পৃষ্ঠা নগাঁৱত হাতৰ আখৰ উন্নীতকৰণ কৰ্মশালাৰ আয়োজন  

নগাঁৱত হাতৰ আখৰ উন্নীতকৰণ কৰ্মশালাৰ আয়োজন  

315
0
Website and Internet concept with news word on four paper post it isolated on white background.

 নগাঁৱত হাতৰ আখৰ উন্নীতকৰণ কৰ্মশালাৰ আয়োজন       

    
দৈনন্দিন বাৰ্তা  Live,(দিলদাৰ হুছেইন) টুকটুকী,14 ডিচেম্বৰ :
আভ্যন্তৰিণ মানদণ্ড আশ্বাষন কোষ চমুকৈ ‘আই কিউ এ চি’ৰ ব্যৱস্থাপনাত আৰু নগাঁও মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে এটি হাতৰ আখৰ উন্নীতকৰণ কৰ্মশালাৰ ৷অহা ১৭ ডিচেম্বৰৰ পৰা ৭ দিন ধৰি চলিবলগীয়া এই কৰ্মশালাৰ ২৩ ডিচেম্বৰত সামৰণি পৰিব ৷নৱ-প্ৰজন্মৰ বাবে অতি গুৰুত্বপূৰ্ণ এই কৰ্মশালাৰ অন্যতম উদ্যোক্তা নীলপৱণ বৰা আৰু তুলসী প্ৰিয়া বৰদলৈয়ে জানিব দিয়া মতে বহুকেইজন বিশেষজ্ঞ ব্যক্তিৰ উপস্থিতিৰে অনুষ্ঠিত হ’বলগীয়া এই কৰ্মশালাৰ আসনৰ সংখ্যা অতি সীমিত ৰখা হৈছে ৷গতিকে কৰ্মশালাত অংশগ্ৰহন কৰিব বিচৰা ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে আগতীয়াকৈ ৯৮৬৪১-৫১৫০৭ আৰু ৮৪০৩৮-১৪৬৮৭ ভ্ৰাম্যভাষ নম্বৰত যোগাযোগ কৰি নাম ভৰ্ত্তি কৰিব পাৰিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here