Home মুখ্য পৃষ্ঠা ডিগবৈ বগাপানীত পথ দূৰ্ঘটনা । তিনিজন গুৰুতৰ ভাবে আহত

ডিগবৈ বগাপানীত পথ দূৰ্ঘটনা । তিনিজন গুৰুতৰ ভাবে আহত

183
0

ডিগবৈ বগাপানীত পথ দূৰ্ঘটনা । তিনিজন গুৰুতৰ ভাবে আহত

দৈনন্দিন বাৰ্তা  live @ ডিগবৈৰ পৰা ৰুণু হাজৰিকা,27 ডিচেম্বৰ : ডিগবৈ ৰ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগাপানীত ভয়াবহ পথ দূৰ্ঘটনা । এখন চাহপাত কঢ়িওয়া গাড়ী সৈতে এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ । চাহপাত কঢ়িওয়া গাড়ী খনৰ চালক সহ দুজন হেন্দিমেণ্ড গুৰুতৰ ভাৱে আহত। গাড়ী কেইখনৰ নম্বৰ হৈছে AS 23 AC 1745 আৰু AS 01 HC 5315 । আহত কেইজন হৈছে পেঙেৰী অৰ্জুন ভট্ৰ , ছগী আনচাৰী আৰু হাবিব আহমেদ বুলি জানিব পৰা গৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here