Home মুখ্য পৃষ্ঠা এবিভিপিৰ শাখা সমিতি গঠন

এবিভিপিৰ শাখা সমিতি গঠন

84
0
Website and Internet concept with news word on four paper post it isolated on white background.

          এবিভিপিৰ শাখা সমিতি গঠন

ৰোহিণী বৰুৱা, গৌৰীসাগৰ, ২৯ ডিচেম্বৰ : শিৱসাগৰ জিলাৰ গৌৰীসাগৰ মণ্ডলৰ অন্তৰ্গত এবিভিপিৰ দিখৌমূখ শাখা সমিতি খন আজি গঠন কৰে | ৰাতুল দত্তৰ সভাপতিত্বত দিখৌমুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি অনুস্থিত প্ৰতিনিধি সভাত সৰ্বসন্মতি ক্ৰমে ৰাতুল দত্তক সভাপতি, লাচিত কলিতাক উপ – সভাপতি, অনন্ত বড়াক সাধাৰণ সম্পাদক, শুভ্ৰহীৰা বড়া আৰু প্ৰাণ প্ৰতীম শইকীয়াক সহকাৰী সম্পাদক হিচাপে লৈ ৩৫ জনীয়া এখন শক্তিশালী শাখা  সমিতি গঠন কৰে বুলি অনন্ত বড়াই সংবাদমাধ্যমক জানিবলৈ দিয়ে |

ৰোহিণী বৰুৱা
8403054766

LEAVE A REPLY

Please enter your comment!
Please enter your name here