Home মুখ্য পৃষ্ঠা অসম সাহিত্য সভালৈ এইয়া অশনি শংকেত…

অসম সাহিত্য সভালৈ এইয়া অশনি শংকেত…

165
0
অসম সাহিত্য সভালৈ এইয়া অশনি শংকেত…
                                                                                         জিতুল বৰা
 অসম সাহিত্য সভাৰ শেহতীয়া নিৰ্বাচনৰ ফলাফলে ভাবিবলৈ বাধ্য কৰিছে যে অসম সাহিত্য সভা অতীত হোৱাৰ সময় সমাগত! তেতিয়া কিন্তু অসমবাসী ৰাইজে নিদিষ্ট চক্ৰটোক ক্ষমা নকৰিব। অসমৰ অন্যতম জাতীয় অনুষ্ঠান হিচাপে অসম সাহিত্য সভাৰ ওপৰত মাত মতাৰ অধিকাৰ নিশ্চয় সকলোৰে আছে, লাগিলে তেওঁ অসম সাহিত্য সভাৰ সদস্য  নহওঁক। যি সময়ত শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি , য়েচে দৰজি ঠংচি, ৰমেশ পাঠক, অমৰজ্যোতি চৌধুৰী , ফনীন্দ্ৰ দেৱ চৌধুৰী,  কৰবী ডেকা বাইদেউৰ  নাম শুনিলে শ্ৰদ্ধাৰে মুৰ দোৱাও আৰু আজি এই সকল নমস্য ব্যক্তিৰ ফলাফলৰ তালিকাত ভোটৰ পৰিসংখ্যা দেখি ভাবিবলৈ বাধ্য হলো অসম সাহিত্য সভাৰ ভিতৰত কি হৈছে? কোন সেই ৩৯০ জন  ভোটদাতা ? অসমবাসী ৰাইজে তেওঁলোকৰ পৰিচয় বিচাৰিব নিশ্চয়!  এইয়াও কিন্তু গনতন্ত্ৰহে !

LEAVE A REPLY

Please enter your comment!
Please enter your name here