Home মুখ্য পৃষ্ঠা গোলাঘাট জিলা বডি বিল্ডিং এচছিয়েচনৰ উদ্যোগত দেৰগাওঁত বিল্ডিং প্ৰতিযোগিতা আয়োজন 

গোলাঘাট জিলা বডি বিল্ডিং এচছিয়েচনৰ উদ্যোগত দেৰগাওঁত বিল্ডিং প্ৰতিযোগিতা আয়োজন 

154
1

গোলাঘাট জিলা বডি বিল্ডিং এচছিয়েচনৰ উদ্যোগত দেৰগাওঁত বিল্ডিং প্ৰতিযোগিতা আয়োজন 

দৈনন্দিন বাৰ্তা live@ দেৰগাওঁ ৩১ ডিচেম্বৰ : অল আসাম বডি বিল্ডিং এচছিয়েচন আৰু গোলাঘাট জিলা বডি বিল্ডিং এচছিয়েচনৰ উদ্যোগত, ফিটনেচ জন মাল্টিজিম আৰু দেৰগাওঁবাসী ৰাইজৰ সহযোগত ২৯ সংখ্যক মি:আসাম আৰু মি: গোলাঘাট বডি বিল্ডিং প্ৰতিযোগিতা খন অহা জানুৱাৰীৰ ৫ ,৬ তাৰিখে দেৰগাওঁৰ নৰেণ শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত হব, ৫ জানুৱাৰী পূৱা ৮.৩০ বজাত পাতাকা উওোলনৰে আৰম্ভ হব লগা প্ৰতিযোগিতাৰ আৰম্ভণিতে বিভিন্ন কাৰ্যসূচী ৰুপায়ন কৰিব দেৰগাওঁ ৰাজহ চক্ৰৰ, চক্ৰ বিষয়া হোমেন গোহাঁই বৰুৱা, পৌৰপতি, অৰুণাভ কলিতা , উদ্ধোধনী অনুষ্ঠানত কেইবাজনো বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব, প্ৰথমদিনা মি: গোলাঘাট চেম্পিয়ন, আৰু মেন ফিটনেচ্ গোলাঘাট ২০১৮ অনুষ্ঠিত হব, দ্বতীয় দিনা কাৰ্যসূচী অনুসৰি পূৱা মাৰ্চ-পাৰ্চ, পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানৰ পাছতেই সন্ধ্যা মি: আসাম ২০১৮ অনুষ্ঠিত হব, ইফালে এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, নৱ দলে, আছুৰ সম্পাদক লুৰিণজোতি গগৈ, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্য অতিথি হিচাপে ভাগ লব, ইণ্ডিয়ান বডি বিল্ডিং সম্পূৰ্ণ নীতি নিয়মৰ আধাৰত অনুষ্ঠিত হব লগা প্ৰতিযোগিতা সম্পৰ্কত ৮৬৩৮৯৭২৩০৪ / ৯১০১০৫৬১৮৬ নাম্বাৰত যোগাযোগ কৰিব পাৰিব।

1 COMMENT

  1. I simply want to say I am beginner to blogging and site-building and really enjoyed your blog. Most likely I’m likely to bookmark your blog post . You really come with great articles. Appreciate it for sharing your web-site.

LEAVE A REPLY

Please enter your comment!
Please enter your name here