Home মুখ্য পৃষ্ঠা দৈনন্দিন বাৰ্তাৰ সাংবাদিকে স্বাহ্যৰ বুজ ললে কৃষক নেতা অখিল গগৈৰ

দৈনন্দিন বাৰ্তাৰ সাংবাদিকে স্বাহ্যৰ বুজ ললে কৃষক নেতা অখিল গগৈৰ

152
0

গোলাঘাট কুশল কোঁৱৰ আসামৰিক চিকিৎসালয়ত উপস্থিত হৈ,
হৈ,দৈনন্দিন বাৰ্তাৰ সাংবাদিকে স্বাহ্যৰ বুজ ললে কৃষক নেতা অখিল গগৈৰ।

দৈনন্দিন বাৰ্তা Live@ দেৰগাওঁ ৩১ ডিচেম্বৰ : সুদীৰ্ঘ ১০৫ দিন কাৰাবন্দী হয় থকাৰ পাছত,কাৰাঘাৰৰ পৰা ওলাই অহা ৪৮ ঘন্টা নহওঁতেই কালি হাঠাৎ অসুস্থ হয় পৰে কৃষক নেতা অখিল গগৈ, আজি কৃষক নেতা গৰাকীক দৈনন্দিন বাৰ্তাৰ দেৰগাওঁৰ সংবাদ দাতা আহমেদ হুছেইনে গোলাঘাট কুশল কোঁৱৰ আসামৰিক চিকিৎসালয়ত উপস্থিত হয় দৈনন্দিন বাৰ্তা কাকতৰ পৰিয়ালৰ তৰফৰ পৰা তেওঁ আশু আৰোগ্য কামনা কৰে, কৃষক নেতাগৰাকীয়ে জনোৱা মতে, তেওঁ কাজিৰঙাত এখন সভাত অংশলৈ, গোলাঘাটত নিশাটো কটোৱাৰ সিদ্ধান্ত লৈছিল ,কিন্ত শুক্ৰবাৰে ৰাতি ১১.৩০ বজাত প্ৰথমে গাটো বেয়া লগা বুলি কয়, পূৱতি নিশা ৩.৩০ বজাত নেতাজনৰ কপনি জ্বৰ উঠে, আৰু এটা সময়ত নেতাজনৰ শাৰীৰিক অৱস্থা গুৰুত্বৰ হোৱা বাবে ততাৎতয়াকৈ গোলাঘাট কুশল কোঁৱৰ আসামৰিক চিকিৎসালয়ত ভৰ্ত্তি হয়,আমাৰ সাংবাদিকে চিকিৎসালয় কৃতপক্ষয় চিকিৎসাৰ ক্ষেত্রত কিবা কৃপণালি কৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উওৰত তেওঁ কয় চিকিৎসালয় কৃতপক্ষ তেওঁক সম্পূৰ্ণ গুৰুত্ব সহকাৰে চিকিৎসা সেৱা আগবঢ়াই আছে, তেওঁ লগতে কাৰাগাৰত থকা অৱস্থাত আঠুৱা, কয়ল আদি জেল কৃতপক্ষয় যোগান নধৰা গুৰুত্বৰ অভিযোগ উণ্থাপন কৰে, লগতে ১০৫ দিন কাৰাগাৰত কদয্যময় পৰিবেশত ৰখা বুলি কয়, চিকিৎসকে মেলেৰিয়া ৰোগ হোৱা বুলি সন্দেহ প্ৰকাশ কৰে, যদিও বৰ্তমানলৈকে পৰীক্ষা নিৰীক্ষা চলি আছে, পৰীক্ষাৰ অন্তত জানিব পৰা যাব প্ৰকৃততে কৃষক নেতাজনৰ কি ৰোগ হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here